E-Pass Apply Full Process

E-Pass এপলাই কৰিবলৈ আপুনি তলত দিয়া Website click কৰিব Link এইটো লিংকত আপুনি  Covid-19 সকলো  আপদেত পাব । জাৰ ফলত Covid -19 ৰ  ফলত  কিমান জন লোক অসমত মৰিছে বা আক্ৰান্ত হৈছে সকলো খবৰ পাব ।

Link - এইটো লিংক  তিপিলে Epass বাবে আবেদন কৰিব পাৰিব ।

এইটো  লিংক তিপিলে আপুনি আপোনাৰ এপ্লিকেচন ইচতেতাচ চাবলৈ পাৰিব Link.

ইয়াত আপুনি E-Pass আবেদন কৰা সম্পূৰ্ণ নিয়ম ভিডিঅ' জৰিয়তে চাবলৈ পাব । ভিডিঅ'টো চাবলৈ তলৰ ভিডিঅ' তিপি দিব Video

Post a Comment

2 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close