অসম চৰকাৰে মহিলাসকলক অৰ্থনৈতিকভাৱে টনকিয়াল কৰাৰ উদ্দেশ্যৰে ৰাজ্যৰ মহিলাসকললৈ আগবঢ়াইছে বিনামূলীয়াকৈ আধুনিক চিলাই মেচিন প্ৰদান কৰাৰ এক অভিলাষী আঁচনি।
এই আঁচনিৰ অধীনত তলত উল্লেখিত অৰ্হতা থকা মহিলাসকলে চিলাই মেচিন লাভ কৰিব:
১. মহিলা গৰাকী দৰিদ্ৰ হ'ব লাগিব।
২. মহিলা গৰাকী যদিহে বিধৱা হয়।
৩. যদিহে মহিলাগৰাকীৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছে।
৪. যদিহে মহিলাগৰাকী বিশেষভাৱে সক্ষম (দিব্যাংগ) হয়।
৫. মহিলাগৰাকীৰ আয় ১২,০০০ টকাৰ অধিক হ'ব নালাগিব।
৬. মহিলাগৰাকীৰ বয়স ২০ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব।
আবেদন পত্ৰৰ সৈতে গাঁঠি দিব লগা প্ৰমাণপত্ৰ:
১. প্ৰশিক্ষণ গ্ৰহণ কৰাৰ প্ৰমাণ পত্ৰ।
২. আয়ৰ প্ৰমাণ পত্ৰ (Income Chartificate) ।
৩. বয়সৰ প্ৰমাণ পত্ৰ।
৪. মহিলাগৰাকী যদি বিধৱা, বিবাহ বিচ্ছেদিত অথবা বিশেষভাৱে সক্ষম (দিব্যাংগ)। হয় তেতিয়া তাৰ প্ৰমাণ লাগিব ।
৫. জাতিগত প্ৰমাণপত্ৰ (Caste Chartificate)
৫. পাৰ্চপৰ্ট চাইজৰ ফটো ইত্যাদি।
আবেদন পত্ৰ ডাউনলোড কৰিবলৈ -- ক্লিক কৰক।
CMO Assam
Sarbananda Sonowal
Rameswar Teli Himanta Biswa Sarma Dilip Saikia Ranjeet Kumar Dass Jogen Mohon




 
 
 

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )