কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমিপূজন

 কাইলৈ যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমি পূজন ।

দুদিনীয়া ভ্ৰমণসূচীৰে আজি মাজুলীত উপস্থিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমিপূজন


বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙৰ ভূমিপূজন কাৰ্যসূচীৰ প্ৰস্তুতি তুংগত।

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি এই দলঙৰ ভূমিপূজনৰ শুভাৰম্ভ কৰিব কাইলৈ ।

মাজুলীবাসীৰ উন্নয়নৰ বাটত হেঙাৰ হিচাপে থিয় দিয়া দলংখনৰ কাম আৰম্ভণিৰ খবৰ লাভৰ পাছতে মাজুলী সৰ্বস্তৰৰ মানুহৰ মাজত উৎসৱ মুখৰ পৰিৱেশ।

মাজুলীৰ ৰাইজে কেন্দ্ৰীয় চৰকাৰ তথা মুখ্যমন্ত্ৰী গৰাকীয়ে দলংখনৰ বাবে গ্ৰহণ কৰা নিৰ্ণায়ক পদক্ষেপৰ বাবে কৃতজ্ঞতা জনাইছে।

Post a Comment

0 Comments

Ads

close