New LIC Policy | গোটেই জীৱন প্ৰতিমাহে পাব ১২০০০ টকা মাত্ৰ এবাৰ প্ৰিমিয়াম দিলে !


LIC Policy

lic policy


এই আঁচনিত স্বামী আৰু স্ত্ৰী দুয়োৰে কভাৰেজ থাকিব । ইয়াত স্বামী আৰু স্ত্ৰীৰ ভিতৰত যিয়ে বেছিদিন জীয়াই থাকিব তেওঁ পেঞ্চন পাব আজীৱন । দুয়োজনৰ মৃত্যুৰ পিছত নমিনিয়ে পাব বেছ প্ৰাইচ ।

আপুনিও পেঞ্চন যোজনাৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে এলআইচিয়ে লৈ আহিছে এক সুন্দৰ পেঞ্চন প্লেন । নাম সৰল পেঞ্চন যোজনা (Saral Pension Yojana) । এই পলিচীত কেৱল এবাৰ প্ৰিমিয়াম দিলে সমগ্ৰ জীৱন লাভ কৰিব পেঞ্চন । এলআইচি সৰল পেঞ্চন যোজনা এক ছিংগল প্ৰিমিয়াম প্লেন । এই যোগনা ১ জুলাইত আৰম্ভ কৰা হৈছিল ।

এই পলিচী কেৱল এজনৰ নামত হ’ব । অৰ্থাৎ এই পেঞ্চন যোজনা কেৱল এজনৰ সৈতে সংযুক্ত হ’ব। পলিচী হ’ল্ডাৰ যিমানদিন জীয়াই থাকিব সিমানদিন পেঞ্চন লাভ কৰিব । ইয়াৰ পিছত নমিনি বেছ প্ৰিমিয়াম পাব ।
এই আঁচনিত স্বামী আৰু স্ত্ৰী দুয়োৰে কভাৰেজ থাকিব । ইয়াত স্বামী আৰু স্ত্ৰীৰ ভিতৰত যিয়ে বেছিদিন জীয়াই থাকিব তেওঁ পেঞ্চন পাব আজীৱন । দুয়োজনৰ মৃত্যুৰ পিছত নমিনিয়ে পাব বেছ প্ৰাইচ ।

কি কি সুবিধা পাব এই পেঞ্চন যোজনাত


  1. পলিচী লোৱাৰ লগে লগে হ’ল্ডাৰৰ পেঞ্চন আৰম্ভ হৈ যাব ।
  2. এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে পেঞ্চন আপুনি ত্ৰিমাসিক, ছমাহ নে বাৰ্ষিক হিচাপে ল’ব বিচাৰে । এই বিকল্প আপুনি নিজেই ছিলেক্ট কৰিব পাৰিব ।
  3. এই পেঞ্চন অনলাইন আৰু অফলাইন দুয়োধৰণে এই পলিচী ল’ব পাৰে ।
  4. এই আঁচনিত বছৰি ১২০০০ টকা ন্যূনতম বিনিয়োগ কৰিব লাগিব । অধিতম বিনিয়োগৰ সীমা নাই ।
  5. ৪০ৰ পৰা ৮০ বছৰৰ বয়সৰ লোকে এই আঁচনিত বিনিয়োগ কৰিব পাৰিব ।
  6. পলিচী আৰম্ভ হোৱাৰ ছমাহৰ ভিতৰত পলিচী হ’ল্ডাৰে যিকোনো সময়ত ঋণ ল’ব পাৰে ।

Post a Comment

0 Comments
close