Assam Silai Machine Yojana Online Registration 2025


Free Silai Machine Yojana Online Registration 2025


হৰ ঘৰ চিলাই মেচিন সুখবৰ অসমৰ প্ৰতিখন ঘৰৰ মহিলাই পা'ব চিলাই মেচিন । Online যোগে Apply কৰিব লাগিব যোগ্য মহিলা সকলে !

যদি আপোনাৰ বয়স ১৮-৫০ বছৰৰ ভিতৰত হয় আপুনি এজনি মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন বা পাৰ্চী ধৰ্মৰ মহিলা হয় তেনেহলে আপুনি Online কৰি চিলাই মেচিনটো পা'ব পাৰিব । 

অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা মুকলি হোৱাৰ বাবে এই আচনিত কেৱল অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচীত ধর্মীয় সংখ্যালঘু (মুছলিম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ) ধৰ্মৰ লোক সকলেহে Apply কৰিব পাৰিব !

Silai Machine Yojana 2025

Important Notice:

Age Limit : 18 to 50 Years ( Female )
Qualification : Minimum 5th Pass

Important Documents:

Important Links:



Online Apply: Click Now
Whatapp Group: Click Now
Official Website: Click Now

JOIN US AS A FREE MEMBER
facebook group

whatsapp group

Post a Comment

0 Comments
close