Azim Premji Scholarship 2025:
এই স্কিমৰ মূল লক্ষ্য হৈছে অর্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছোৱালী বোৰক উচ্চ শিক্ষাৰ পথত আগবঢ়াই নিয়া । অসমৰ ছাত্ৰী সকলে এই সুবিধাৰ অংশ গ্ৰহণ কৰিবলৈ পাৰিব । অসমৰ চৰকাৰী বিদ্যালয়ৰ পৰা পঢ়ি থকা ছোৱালীক এই স্কিমে আগবঢ়াত সহায় কৰিব । গাঁওঘৰত থকা বহু ছাত্ৰ-ছাত্ৰী টকা অভাৱত উচ্চ শিক্ষাৰ সমস্যাত পৰে । এই স্কলাৰশ্বিপে তেওঁলোকক সহায় কৰিব ।
স্কলাৰশ্বিপৰ মূল বিশেষতা :
বছৰে ₹30,000 টকা সহায় দিব (দুই ভাগত দিয়া হ’ব) ।
২-৫ বছৰৰ Undergraduate (UG) বা Diploma Course সম্পূৰ্ণ কৰিব বাবে এই সহায় । সম্পূৰ্ণ অসম তথা ৩টা কেন্দ্ৰশাসিত অঞ্চলত প্ৰযোজ্য হব এই আচঁনিৰ । ধন সমূহ শিক্ষার্থীৰ নিজৰ বেংক একাউণ্টত জমা হ’ব ।
যোগ্যতা (Eligibility)
- 1. লিঙ্গ – ছোৱালী বোৰে লাভ কৰিব এই আচঁনিৰ সূবিধা
- 2. বিদ্যালয়/কলেজ – Class 10 আৰু 12 ৰ ছাত্ৰ-ছাত্ৰী সকল চৰকাৰী বিদ্যালয়/কলেজৰ পৰা হ’ব লাগিব ।
- 3. কোর্সৰ ধৰণ – নিয়মীয়া Undergraduate বা Diploma কোর্স (Distance/Online নহ’ব) ।
- 4. প্ৰথম কোর্স – 12শ শ্রেণী পাছত প্ৰথমবাৰৰ বাবে UG/Diplomaত ভৰ্তি হোৱা হব লাগিব ।
কেনেকৈ আবেদন কৰিব
- অফিচিয়াল ৱেবছাইটত Online Form পূৰণ কৰিব লাগিব।
- Azim Premji Scholarship Portal
- আবেদন সময়ত লাগিব:
আবেদনৰ সময়ত লাগতীয়াল নথি-পত্ৰ সমূহ
- Class 10 & 12 Marksheet
- আধাৰ কাৰ্ড
- ভর্তি প্ৰমাণপত্ৰ (Admission Proof)
- ফটো
- ছাত্ৰী হস্তাক্ষৰ
- বেংক একাউণ্টৰ তথ্য
Note:
Azim Premji Scholarship 2025 ৰ আবেদন শেষ হ’ব তাৰিখ হৈছে 30 September 2025 ৰাতি 11:59 PM ।
Online Application From: | Click Here |
WhatsApp Group: | Click Here |
Official Website: | Click Here |
উপসংহাৰ
অসমৰ ছোৱালীয়ে যদি Class 12 পাস কৰি কলেজ/ডিপ্ল’মাত ভৰ্তি হৈছে, তেন্তে এই সুযোগ লাভ কৰিব । সময়মতে আবেদন কৰি, আজিম প্রেমজী স্কলাৰশ্বিপৰ সহায় ল’ব পাৰিব ।
🔹 Labels :
Azim Premji Scholarship 2025 Assam, Azim Premji Foundation Scholarship, Scholarship for Girl Students Assam, Assam UG Diploma Scholarship 2025, Higher Education Scholarship Assam
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )