ভাৰত সঞ্চাৰ নিগম লিমিটেডে টেলিকম আৰু বিত্ত ধাৰাত ১২০টা জ্যেষ্ঠ কাৰ্যবাহী প্ৰশিক্ষাৰ্থী পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে । ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব ।
Recruitment BSNL Recruitment 2025
| Name of Post: | Senior Executive Trainee |
| No of Posts: | 120 Posts |
| Telecom Stream: | 95 Posts |
| Finance Stream: | 25 Posts |
| Pay Scale: | Rs 24900/- to Rs 50500/- |
Eligibility Criteria of BSNL Recruitment
Age Limit:
গুৰুত্বপূৰ্ণ তাৰিখ অনুসৰি নূন্যতম ২১ বছৰ আৰু সৰ্বোচ্চ ৩০ বছৰ ।
Telecom Stream
ইঞ্জিনিয়াৰিং স্নাতক / প্ৰযুক্তি স্নাতক ডিগ্ৰী বা সমতুল্য অভিযান্ত্ৰিক ডিগ্ৰী আৰু তলত দিয়া যিকোনো এটা শাখাত নিয়মীয়াকৈ পূৰ্ণকালীন ভিত্তিত নূন্যতম ৬০% নম্বৰ লাভ কৰিব লাগিব
- Electronics and Telecommunications
- Electronics
- Computer Science
- Information Technology
- Electrical
- Instrumentation
বা অন্যান্য সংশ্লিষ্ট উদীয়মান শাখাসমূহৰ সৈতে এই শাখাসমূহৰ মূল হিচাপে সংমিশ্ৰণ
Finance Stream:
Chartered Accountant (CA)/
Cost & Management Accountancy (CMA)
Cost & Management Accountancy (CMA)
Application Fee:
আপডেট কৰিব
How to Apply for BSNL Recruitment ?
ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে বি এছ এন এলৰ অফিচিয়েল পৰ্টেলত গৈ এই পদসমূহৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব । তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব পাৰে ৷
| ↪ Scroll down, go to Important Web-Links section. |
| ↪ Click on Online Application Form link. |
| ↪ A new webpage will be opened. |
| ↪ Enter all your personal and educational details as required. |
| ↪ Upload your passport sized photograph and signature, etc and other required documents as required. |
| ↪ Pay the examination/ application fee as per your category (as applicable) and at the end click on submit button. |
| ↪ Don't forget to take a print of submitted application form. |
Important Dates of BSNL Recruitment 2025
| Starting Date of Submission of Online application: | To be updated |
| Last Date of Submission of Online Application: | To be updated |


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )