IBPS RRB Admit Card 2025 for the Preliminary Examination has been released. Candidates who applied for Officer Scale-I and Office Assistant (Multipurpose) posts can now download their call letters. The direct download link is provided below.
| Post Name: | Officers & Office Assistants |
| Vacancies: | 13,217 |
| Organization: | Institute of Banking Personnel Selection |
| Exam Type: | Preliminary Examination |
| Exam Mode: | Online |
| Exam Date: | November/December 2025 |
| Admit Card: | Issued |
| Issue Date: | 16 November 2025 |
IBPS RRB Admit Card 2025
ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল চেলেকচনে (IBPS) আৰ আৰ বি (CRP RRB XIV) নিযুক্তি পৰীক্ষাৰ বাবে অনলাইন প্ৰাৰম্ভিক পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে ।
গ্ৰুপ “A” বিষয়া (Officer Scale-I) আৰু গ্ৰুপ “B” কাৰ্যালয় সহায়ক (Office Assistant – Multipurpose) পদৰ বাবে সফলতাৰে আবেদন কৰা প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটৰ পৰা নিজৰ কল লেটাৰ ডাউনলোড কৰিব পাৰিব ।
প্ৰাৰম্ভিক পৰীক্ষা নৱেম্বৰ/ডিচেম্বৰ ২০২৫ত অনুষ্ঠিত হোৱাৰ কথা ।
এডমিট কাৰ্ডত কি থাকিব?
-
প্ৰাৰ্থীৰ নাম
ৰোল নম্বৰ
-
পৰীক্ষা কেন্দ্ৰ
-
পৰীক্ষাৰ তাৰিখ আৰু সময়
-
গুৰুত্বপূর্ণ নিৰ্দেশনা
সকলোৱে পৰীক্ষা কেন্দ্ৰলৈ এডমিট কাৰ্ডৰ ছপা কপি আৰু বৈধ Photo ID Proof লৈ যাব লাগিব ।
Important Dates of IBPS RRB Recruitment
| Notification Date: | 1 September 2025 |
| Apply Start Date: | 1 September 2025 |
| Apply End Date: | 21 September 2025 |
| Admit Card: | 16 November 2025 |
| Prelims Exam: | November/December 2025 |
Important Links of IBPS RRB Admit Card
| IBPS RRB Admit Card: | Click Now |
| IBPS RRB Guidebook: | Click Now |
| Official Notification: | Click Now |
| Official Website: | Click Now |


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )