Punjab National Bank (PNB) Aadhar Link 2025 – অনলাইনতে আধাৰ লিংক কৰাৰ সহজ উপায়
India Government ৰ নিয়ম অনুসৰি সকলো PNB একাউণ্টধাৰীজনক নিজৰ Aadhaar Card Bank Account ৰ সৈতে লিংক কৰা বাধ্যতামূলক । আধাৰ লিংক নহ'লে Account কিছু Service বন্ধ হোৱাৰ সম্ভাৱনা থাকে — যেনে: Subsidy, DBT benefit, KYC update, ATM limit, ইত্যাদি ।
🔶 1. PNB Aadhaar Link Online (Internet Banking)
| ↪ PNB Internet Banking Login কৰক 🔗 https://www.pnbibanking.in |
| ↪ “My Profile” option ত ক্লিক কৰক |
| ↪ “Aadhaar Registration” বা “Update Aadhaar Number” বাছনি কৰক |
| ↪ Aadhaar Number 12-digit টিপি “Submit” কৰক |
| ↪ Registered mobile number ত OTP যাব |
| ↪ OTP Verify কৰিলে Aadhaar Successfully Link হ’ব |
🔶 2. PNB Aadhaar Link – Mobile Banking App (PNB ONE)
| ↪ Play Store / App Store ৰ পৰা PNB ONE App খুলক |
| ↪ Login কৰি → Services ত যাওক |
| ↪ “Aadhaar Seeding” option বাছনি |
| ↪ Aadhaar Number দিয়া → OTP Verify |
| ↪ Aadhaar Linking সফল হ'ব |
🔶 3. Aadhaar Link by SMS (If Available)
Click to Read Full Details…
কেতিয়া কেতিয়া PNB ত Aadhaar Linking SMS Service ওপেন থাকে।
👉 Format:
AADHAAR<space>A/C Number<space>Aadhaar Number
Send to 567676
(যদি SMS system not available দেখায়, তেন্তে Online Method ব্যৱহাৰ কৰক)
🔶 4. PNB Adhar Link Online
Online Portal জৰিয়তে এতিয়া আপুনি ঘৰতে নিজৰ Bank Account লগত Adhar Card Link কৰিব পাৰিব
- প্ৰথমে আপুনি এই লিংকটো Click কৰক https://pnbgateway.pnbibanking.in/Aadhaar/
- ইয়াৰ পিছত আপোনাৰ Bank Account Number Type কৰক । আৰু তলত দিয়া Captcha Type কৰি Continue কৰক ।
- আপোনাৰ Register Mobile ত OTP আহিব । OTP Verify কৰক ।
- ইয়াৰ পিছত আপোনাৰ Aadhar Card Number Fill কৰক, আৰু OTP জৰিয়তে Adhar Verify কৰি ল'ব ।
- আপোনাৰ Bank Account নাম, জন্ম তাৰিখ, Aadhar Card ৰ লগত মিলি হ'বলৈ লাগিব, যদি সকলো মিলি থাকে তেন্তে আপোনাৰ Bankৰ লগত Adhar Link হৈ যাব ।
🔶 5. PNB Bank Account Aadhar Link ( NPCI )
NPCI ( National Payments Corporation of India ) Web Portal জৰিয়তে আপুনি সকলো Bankৰ লগত আপোনাৰ Aadhar Card Link কৰিব পাৰিব । তলত Step সমূহ দিয়া হ'ল ।
- প্ৰথমে আপুনি NPCI Official Website Open কৰিব 🔗 https://www.npci.org.in/
- ইয়াৰ পিছত আপুনি Customer Tab যাব, নাই বা তলত দিয়া লিংকটোত Click কৰক 🔗 https://base.npci.org.in/base/homepage
- ইয়াৰ পিছত Aadhaar Seeding/Deseeding Optionত Click কৰক ।
- এতিয়া আপোনাৰ Aadhaar Number Enter কৰক । Request for Aadhaar ত Seeding Click কৰক । পাছত নিজৰ Bank Account Select কৰক । Account Number Type কৰক, পাছত আকৌ Confirm Account Number Enter কৰক । তলত Captcha আহিব Captcha Fill কৰক ।
- Aadhaar Register Mobile Number ত OTP আহিব, OTP Fill কৰি Submit কৰক।
- ২৪ ঘন্টাৰ ভিতৰত আপোনাৰ Bankৰ লগত Aadhaar Link হৈ পৰিব ।
🔶 6. Offline Aadhaar Link (Branch Visit)
| ↪ নিকটতম PNB Branch যাওক |
| ↪ Aadhaar Card + PAN Card + Passbook লৈ যাওক |
| ↪ Aadhaar Seeding Form পূৰণ কৰক |
| ↪ Biometric Verification Takes Place |
| ↪ 24–48 ঘন্টাত Aadhaar Linking সম্পূৰ্ণ হয় |
🔵 Important Notes (Assamese)
- ✔ Aadhaar Number হুবহু দিয়া
- ✔ Mobile Number Aadhaar ত Link হৈ থাকিব লাগিব
- ✔ Miss-match নাম থাকিলে Correction লাগিব
- ✔ DBT Benefit পাবলৈ Aadhaar-Link বাধ্যতামূলক
Also Read
Link Aadhaar Card with Bank of Baroda Account Online
Click to Read Full Details…
Click to Read Full Details…


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )