Assam Police Recruitment 2026 লৈ আগ্ৰহী প্ৰাৰ্থীসকলৰ বাবে এইটো এক গুৰুত্বপূৰ্ণ খবৰ । বহুদিনৰ অপেক্ষাৰ পিছত অসম আৰক্ষী বিভাগে Sub Inspector, Constable, Driver, Safai Karmachari আৰু অন্যান্য পদ মিলাই প্ৰায় 2350 টা খালী পদ পূৰণ কৰিবলৈ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
এই নিযুক্তি সম্পূৰ্ণভাৱে State Level Police Recruitment Board (SLPRB), Assam ৰ জৰিয়তে কৰা হ’ব ।
Assam Police Recruitment 2026 - সংক্ষিপ্ত তথ্য
| বিভাগৰ নাম: | Assam Police |
| Recruitment Board: | SLPRB, Assam |
| মুঠ খালী পদ: 2350 (সম্ভাৱ্য) | 2350 (সম্ভাৱ্য) |
| পদসমূহ: | SI, Constable, Driver, Safai Karmachari আদি |
| চাকৰি স্থান: | অসম |
| আবেদন প্ৰক্ৰিয়া: | Online |
| Official Website: | slprbassam.in |
পদ অনুসৰি সম্ভাৱ্য খালী পদৰ সংখ্যা:
চূড়ান্ত অধিসূচনা প্ৰকাশ নোহোৱালৈকে এই সংখ্যা সম্ভাৱ্য হিচাপে ধৰা হৈছে—
| Sub Inspector (SI): | 450 টা পদ |
| Constable (UB & AB): | 500 টা পদ |
| Driver Constable: | 200 টা পদ |
| Safai Karmachari: | 100 টা পদ |
| Other Posts: | 100 টা পদ |
👉 খালী পদৰ সংখ্যা অধিসূচনাৰ লগে লগে সলনি হ’ব পাৰে।
শিক্ষাগত অৰ্হতা:
SI পদৰ বাবে: যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা Graduate হ’ব লাগিব
বয়সৰ সীমা ( 01-01-2026 অনুসৰি )
নূন্যতম বয়স: 18 বছৰৰ তলত হ'ব নোৱাৰিব আৰু সৰ্বাধিক বয়স 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব ।
বয়সৰ ৰেহাই:
| SC/ST: | 5 বছৰ |
| OBC/MOBC: | 5 বছৰ |
শাৰীৰিক মাপকাঠী ( Expected)
উচ্চতা
| পুৰুষ (General/OBC): | 162.56 cm |
| পুৰুষ (ST): | 160 cm |
| মহিলা (General/OBC): | 154.94 cm |
| মহিলা (ST): | 152.40 cm |
বুকুৰ মাপ (পুৰুষ)
| Normal: | 80 cm |
| Expanded: | 85 cm |
বাছনি প্ৰক্ৰিয়া কেনেকৈ হ'ব ?
Assam Police Recruitment 2026 ৰ বাছনি প্ৰক্ৰিয়া সাধাৰণতে তলৰ ধৰণে কৰা হয়—
| ✅ Physical Standard Test (PST) |
| ✅ Physical Efficiency Test (PET) |
| ✅ লিখিত পৰীক্ষা |
| ✅ Driving Test / Skill Test (Driver পদৰ বাবে) |
| ✅ Document Verification |
| ✅ Medical Test |
আবেদনৰ মাচুল
General / OBC: ₹100
SC / ST: ₹50
Online মাধ্যমে মাচুল পৰিশোধ কৰিব লাগিব ।
Assam Police Recruitment 2026ত কেনেকৈ আবেদন কৰিব ?
| ✅ slprbassam.in ৱেবছাইটলৈ যাওক |
| ✅ Assam Police Recruitment 2026 Notification লিংকত ক্লিক কৰক |
| ✅ Online আবেদন ফৰ্ম সঠিকভাৱে পূৰণ কৰক |
| ✅ প্ৰয়োজনীয় নথি আপলোড কৰক |
| ✅ আবেদন মাচুল পৰিশোধ কৰক |
| ✅ ফৰ্ম Submit কৰি print আউট ৰাখক |
সম্ভাৱ্য গুৰুত্বপূৰ্ণ তাৰিখ
Notification প্ৰকাশ: January 2026
Online Apply আৰম্ভ: February 2026
আবেদন শেষ তাৰিখ: March 2026
আবেদনৰ লিংক
| Online Application Form: | Click Now |
| Official Notification: | Constable (AB/ UB) |
| Official Notification: | Sub Inspector (UB) |
| Official Notification: | Sub Inspector (AB) |
| Official Notification: | Driver/ Driver Constable |
| Official Notification: | Safai Karmachari |
| Official Website: | Click Now |
যিসকল প্ৰাৰ্থী Assam Police Job 2026 ৰ সপোন দেখি আছে, তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সুযোগ । এতিয়াৰে পৰা Physical, Written আৰু GK ৰ প্ৰস্তুতি আৰম্ভ কৰিলে আগবাঢ়ি থাকিব পাৰিব । তলত কেইখনমান Guide Book দিয়া আছে ।
| Assam Police S.I and Constable Book: | Buy Now |
| State Level Police Recruitment Board (Grade - IV): | Buy Now |
| Constable (AB/UB) Recruitment Exam Guide: | Buy Now |
| EXTRANCE EXAMINATION 2024 : UB & AB : As per New Syllabus: | Buy Now |
| অসম আৰক্ষী Recruitment Guide Book: | Buy Now |
| Assam Police Sub Inspector Recruitment Examination Guide, English and Assamese: | Buy Now |
| Sub Inspector Guide For 2024 Exams: | Buy Now |
👉 Assam Police ৰ নতুন নিযুক্তি, Admit Card, Result আদি আপডেটৰ বাবে আমাৰ Website নিয়মিত চাব ।


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )