🚨 Blinkit Blended Process – Work From Home Job (PAN India)



ঘৰত বহি কাম কৰিব বিচাৰিছেনে ? Freshers হওক বা অভিজ্ঞ, আপোনাৰ বাবে এইটো এটা ভাল সুযোগ । Blinkit-এ Blended Process (Voice + Chat) ৰ বাবে Customer Support Executive নিযুক্তি আৰম্ভ কৰিছে ।

এইটো সম্পূৰ্ণ Work From Home চাকৰি আৰু কোনো ধৰণৰ ফী বা চাৰ্জ নাই ।

Blinkit Blended Process – Work From Home Job (PAN India)

💼 Job Details


Post Name: Customer Support Executive (Voice + Chat)
Process: Blended (Call + Chat)
Job Type: Permanent
Work Location: Work From Home (PAN India)

💰 Salary & Benefits


CTC: ₹20,500 / মাহ

In-hand Salary: প্ৰায় ₹16,000 / মাহ

Performance Bonus: প্ৰতি ৪ মাহত, সৰ্বোচ্চ ₹19,400 পৰ্যন্ত


👉 ভাল performance দিলে আয় আৰু বাঢ়িব ।

📅 Working Details


Working Days: সপ্তাহত ৬ দিন

Week Off: Rotational (১ দিন)

Shifts: Rotational ( Day/Night )

⚠️ Festival বা Weekend ত leave অনুমতি নাথাকে

📝 Job Responsibilities


Blinkit গ্ৰাহকৰ voice আৰু chat support handle কৰা

গ্ৰাহকৰ সমস্যা professional ভাবে সমাধান কৰা

English language ত স্পষ্ট আৰু ভদ্ৰ যোগাযোগ

Company rules আৰু shift timing follow কৰা

🖥️ System Requirements (অতি জৰুৰী)


এইবোৰ নাথাকিলে apply নকৰিব—

✅ Laptop (Minimum Intel i3 processor)
✅ Windows OS (Genuine & Updated)
✅ RAM কমেও 4GB
✅ Internet Stable Wi-Fi (50–60 Mbps)

❌ Laptop বা Internet ৰ বাবে কোনো ধৰণৰ Allowance দিয়া নহয়

✅ Eligibility Criteria


Freshers আৰু Experienced দুয়ো apply কৰিব পাৰে

Excellent English communication skill থাকিব লাগিব

Rotational shift আৰু week off accept কৰিব লাগিব

Discipline আৰু punctual হোৱাটো জৰুৰী

⚠️ Important Notice


এইটো Blinkit ৰ permanent role

🚫 কাকো টকা নিদিব – এই job টো সম্পূৰ্ণ free

Company কেতিয়াও registration fee বা joining fee নলয়

Work from home

🎯 Interview Details


Date: 22 December 2025

Time: 12:00 PM (Noon)

Mode: Online (Google Meet)

🔗 Interview Link:


Video Call Link: Click Now

📢 Announcements 


আপুনি যদি ঘৰত বহি একে সময়তে income কৰিব বিচাৰে, তেন্তে এইটো সুযোগ আপুনি কেতিয়াও নেৰিব ।
বন্ধু-বান্ধৱী, পৰিয়ালৰ লোকৰ লগত এই information টো share কৰক ।

👉 Daily Work From Home Job Update পাবলৈ আমাৰ Official WhatsApp Channel join কৰক 

🔗 https://chat.whatsapp.com/IPaemwfTrxhL0QOcYkM5Qf

Best of Luck 🤝


Post a Comment

0 Comments

Ads

close