No Transactions for 2 Days! This Bank’s Services to Remain Partially Unavailable — Check the Date and Time


ডিজিটেল বেংকিং আমাৰ দৈনন্দিন জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ । কিন্তু কেতিয়াবা ছিষ্টেম উন্নত কৰিবলৈ বেংকসমূহে কিছুমান সময়ৰ বাবে সেৱা বন্ধ ৰাখিবলগা হয় । ঠিক সেইদৰেই Fino Payments Bank- বৰ্নিতমান সময়ত Small Finance BankLicence লাভ কৰিলে । সেই গতিকে Fino বেংকিং প্লেটফৰ্ম আপগ্ৰেড কৰাৰ বাবে গ্ৰাহকসকলক আগতীয়াকৈ জাননী জাৰি কৰিছে ।

এই আপগ্ৰেড চলি থকা সময়ছোৱাত বেংকৰ বহুতো ডিজিটেল সেৱা ২ দিনলৈকে আংশিকভাৱে ব্যাহত থাকিব । ফলত গ্ৰাহকে কিছুমান লেন-দেন কৰিব নোৱাৰিব ।

No Transactions for 2 Days! This Bank’s Services to Remain Partially Unavailable — Check the Date and Time

⏰ সেৱা বন্ধ থাকিব কোন সময়ত ?

  • ৮ জানুৱাৰী ২০২৬ – ৰাতি ১০:০০ বজাৰ পৰা
  • ১০ জানুৱাৰী ২০২৬ – ৰাতি ১১:৫৯ বজালৈ
  • লগতে CASA Account Opening সেৱা বন্ধ থাকিব
  • ১২ জানুৱাৰী ২০২৬ – ২:০০ বজালৈ

❌ কোন কোন সেৱা প্ৰভাৱিত হ’ব ?

এই সময়ছোৱাত তলৰ সেৱাসমূহ কাম নকৰিব পাৰে—
  • UPI লেন-দেন
  • ফাণ্ড ট্ৰেন্সফাৰ
  • ডেবিট কাৰ্ডেৰে পেমেন্ট
  • নেট বেংকিং
  • নতুন একাউণ্ট খোলা

🤔 গ্ৰাহকে কিয় সচেতন হ’ব লাগে ?

বহু গ্ৰাহক দৈনিক UPI বা অনলাইন পেমেন্টৰ ওপৰত নিৰ্ভৰশীল । সেৱা বন্ধ থাকিলে দৈনন্দিন বজাৰ, বিল পেমেন্ট বা জৰুৰী লেন-দেনত অসুবিধা হ’ব পাৰে । সেয়ে আগতেই সজাগ হোৱা অতি প্ৰয়োজন ।

✅ আপুনি কি কৰিব লাগে ?

  • আগতেই সকলো জৰুৰী লেন-দেন সম্পূৰ্ণ কৰক
  • হাতত কিছু নগদ ধন ৰাখক
  • বেংকৰ পৰা অহা SMS বা অফিচিয়েল জাননী নিয়মিত চেক কৰক

ℹ️ গুৰুত্বপূৰ্ণ কথা

এইটো কোনো গুজৱ নহয় । বেংকৰ ছিষ্টেম উন্নত আৰু সুৰক্ষিত কৰিবলৈ কৰা এক আগতীয়া পৰিকল্পিত আপগ্ৰেড । আপগ্ৰেড সম্পূৰ্ণ হোৱাৰ পিছত সেৱাসমূহ আগতকৈ অধিক সুচল আৰু নিৰ্ভৰযোগ্য হ’ব বুলি আশা কৰা হৈছে ।

👉 এনে গুৰুত্বপূৰ্ণ বেংকিং আৰু চৰকাৰী খবৰ নিয়মিত পঢ়িবলৈ আমাৰ ৱেবছাইট ভিজিট কৰক ।


Tags

Post a Comment

0 Comments

Ads

close