CMAAA 2.0 Cheque বিতৰণ: কোন জিলাত কেতিয়া দিব ? সম্পূৰ্ণ আপডেট
Assam চৰকাৰৰ CMAAA 2.0 আঁচনিৰ অধীনত cheque বিতৰণক লৈ বহু beneficiary মাজত আগ্ৰহ আৰু অপেক্ষা দেখা গৈছে । এই আঁচনিৰ মূল লক্ষ্য হৈছে যোগ্য লোকসকলক আৰ্থিক সহায় প্ৰদান কৰা ।
📌 CMAAA 2.0 Cheque কেতিয়া বিতৰণ হব ?
বৰ্তমানলৈকে চৰকাৰী সূত্ৰ অনুসৰি CMAAA 2.0 cheque বিতৰণ পৰ্যায়ক্রমে (phase-wise) কৰা হৈছে । সকলো জিলাত একেলগে cheque দিয়া নহয় ।
👉 প্ৰথমে কিছুমান নিৰ্বাচিত জিলাত আৰম্ভ কৰি লাহে লাহে আন জিলালৈ বিস্তাৰ কৰা হব ।
| Sl No | Date & Time | Districts | Number of Recommended Beneficiaries | Total Recommended Beneficiaries | Venue |
|---|---|---|---|---|---|
| 1 | 07/02/2026 11:00 AM |
Kamrup (M) Kamrup |
1862 3541 |
5403 | Jyoti Bishnu Auditorium |
| 2 | 09/02/2026 11:00 AM |
Dibrugarh Tinsukia Charaideo Sivasagar |
3494 3341 1181 1844 |
4698 | Dibrugarh (Tingkhong) |
| 3 | 11/02/2026 11:00 AM |
Bajali Barpeta Nalbari |
1187 2362 1753 |
5302 | Nalbari |
| 4 | 19/02/2026 01:30 PM |
Chirang Kokrajhar |
1056 2873 |
3929 | Kajalgon |
| 5 | 20/02/2026 11:00 AM |
Cachar Hailakandi Sribhumi |
3696 1179 2362 |
7237 | Silchar |
| 6 | 16/02/2026 01:30 PM |
Baksa Tamulpur Udalguri |
1232 1122 2344 |
4698 | Tamulpur |
| 7 | 22/02/2026 11:00 AM |
Jorhat Golaghat Majuli |
2350 2939 585 |
5874 | Jorhat |
| 8 | 15/02/2026 12:00 Noon |
Morigaon Nagaon Hojai |
1810 4146 1765 |
7721 | Nagaon |
| 9 | 10/02/2026 11:00 AM |
Bongaigaon Goalpara Dhubri South Salmara |
1767 2352 2949 305 |
7373 | Bongaigaon |
| 10 | 18/02/2026 01:30 PM |
Biswanath Sonitpur Darrang |
1826 2857 1775 |
6458 | Tezpur |
| 11 | Not yet confirmed | Dhemaji Lakhimpur |
1770 2946 |
4716 | North Lakhimpur |
| 12 | 17/02/2026 01:30 PM |
Dima Hasao Karbi Anglong West Karbi Anglong |
487 1002 457 |
1946 | Diphu |
✅ Beneficiary List ত আপোনাৰ নাম আছে নে নাই কেনেকৈ জানিব?
আপুনি তলৰ পদ্ধতিসমূহ অনুসৰণ কৰিব পাৰে —
- Block Office বা Circle Office ত যোগাযোগ কৰক
- Official notification বা notice board চাওক
- আবেদন সময়ত দিয়া mobile number ত SMS আহিছে নে নাই চেক কৰক
❌ Cheque নাপালে কি কৰিব?
- যদি আপুনি এতিয়ালৈকে cheque পোৱা নাই —
- আতংকিত নহব
- আপোনাৰ আবেদন reject নে pending সেইটো নিশ্চিত কৰক
- DICC office ত গৈ status চাওক
- সকলো document ঠিক আছে নে নাই verify কৰক
- বহু ক্ষেত্ৰত cheque delay হলেও বাতিল হয়
🔔 গুৰুত্বপূৰ্ণ কথা
- কোনো agent বা দালালক ধন নিদিব
- CMAAA 2.0 আঁচনি সম্পূৰ্ণ free
- কেৱল চৰকাৰী সূত্ৰৰ পৰা তথ্য লব
📝 উপসংহাৰ
CMAAA 2.0 cheque বিতৰণ এটা চলি থকা প্ৰক্ৰিয়া । সেয়ে নিজৰ জিলাৰ update নিয়মিত চেক কৰি থাকক । আপোনাৰ নাম যদি beneficiary list ত আছে, তেন্তে নিশ্চয় cheque লাভ কৰিব ।


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )