অসমৰ Higher Secondary (HS) 2nd Year Result 2026 অতি শীঘ্ৰেই প্ৰকাশ পাবলৈ গৈ আছে । দ্বাৰা ঘোষণা কৰা অনুসৰি, এই বছৰৰ ফলাফল 28 April 2026 তাৰিখে প্ৰকাশ কৰা হ’ব ।
এই পোষ্টটোত তুমি সহজে result কেনেকৈ check কৰিব পাৰিবা আৰু সকলো official website link পাবা ।
📅 Result Date
HS 2nd Year Result 2026 Date: 28 April 2026
Mode: Online
🌐 HS Result Check Website List
তলৰ websiteবোৰৰ জৰিয়তে তুমি তোমাৰ result check কৰিব পাৰিবা—
| ↪️ https://ahsec.assam.gov.in |
| ↪️ https://www.results.shiksha/assam/ahsec-class-12.htm |
| ↪️ http://resultsassam.nic.in/ |
| ↪️ https://digitalassam.in.net |
📲 DigiLocker / Mobile App
তুমি DigiLocker বা official mobile appৰ জৰিয়তেও result check কৰিব পাৰিবা ।
🧾 Result Check কৰাৰ Step
| ↪️ ওপৰৰ যিকোনো website খোলা |
| ↪️ “HS 2nd Year Result 2026” link ত click কৰা |
| ↪️ তোমাৰ Roll Number & Registration Number দিয়া |
| ↪️ Submit button ত click কৰা |
| ↪️ তোমাৰ result screenত দেখা যাব |
⚠️ মনত ৰাখিবলগীয়া কথা
Result চেক কৰাৰ সময়ত Server Slow হ’ব পাৰে
আগতেই Roll Number Ready ৰাখা
Official Site নোহোৱা Link ত Click নকৰিবা
🔗 Quick Update
👉 Latest update আৰু direct link পাবলৈ ভিজিট কৰা:
✨ Conclusion
HS Result 2026 সকলো শিক্ষাৰ্থীৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত । 28 April তাৰিখে result ঘোষণা হ’ব, সেয়ে আগতে সকলো তথ্য ready ৰাখা ।
Good luck 👍


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )