Cinematic Dark Rim Light Poster Photo Editing Prompts Gemini & ChatGPT
Copy, paste, and generate stunning Images in seconds.
An ultra-realistic cinematic dark poster featuring a dramatic over-the-shoulder pose with intense rim lighting
এই “Cinematic Dark Rim Light Poster” ব্লুপ্ৰিণ্টটো মূলত “Chiaroscuro” আৰু “Rim Lighting” টেকনিকৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । ইয়াত পোহৰ আৰু আঁধাৰৰ তীব্ৰ কনট্ৰাষ্ট ব্যৱহাৰ কৰি মুখমণ্ডল বা শৰীৰৰ আকৃতি ফুটাই তোলা হয়, য’ত বিষয়বস্তুৰ অধিকাংশ অংশ গভীৰ ছাঁত লুকাই থাকে । এই কাৰণেই ছবিখনত এক ৰহস্যময়, ইণ্টেন্স আৰু চিনেমেটিক অনুভৱ সৃষ্টি হয় ।
“Over-the-shoulder” এংগেলটোৱে ছবিখনক অধিক ড্ৰামেটিক আৰু ফিল্মৰ দৰে লুক দিয়ে । লগতে তীক্ষ্ণ jawline, চুলিৰ কাষ, আৰু নাকৰ ধাৰতে পৰা rim light এ বিষয়বস্তুৰ outline স্পষ্ট কৰি তোলে, যদিও মুখৰ ডিটেইল সম্পূৰ্ণকৈ দেখা নাযায় । এই ধৰণৰ lighting style সাধাৰণতে thriller, neo-noir, cinematic portrait আৰু moody poster design ত বহুলভাৱে ব্যৱহাৰ কৰা হয় ।
| 🔹 Step 1: AI Website খুলা |
|---|
| ↪ Open Your Chatgpt App/Website |
| 🔹 Step 2: Prompt Paste কৰা |
|---|
| ↪ “Generate Image” option লৈ গৈ Prompt Boxত গৈ তলত দিয়া Text Paste কৰিবা । |
| 🔹 Step 3: নিজৰ Photo Upload কৰা |
|---|
| ↪ তোমাৰ Face Clearly দেখা যায় এনে Photo Ppload কৰিবা । |
| 🔹 Step 4: Generate ক্লিক কৰা |
|---|
| ↪ Generate বুটামত cClick কৰিলেই AI তোমাৰ Cinematic Dark Poster Image বনাই দিব । |
Prompt :
Also Read
Romantic Watercolor Style Portrait Free
Click to Read Full Details 👇
🏷️ Tags
AI Photo Edit, Cinematic Collage, AI Image Generator, Photo Editing Tips, AI Tools


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )