| Name of Program: | Chief Minister’s Atmanirbhar Asom Abhijan |
| Also known as: | CMAAA |
| Phase Complete: | CMAAA 1.0 and 2.0 |
| Present Phase of the Scheme: | CMAAA 3.0 |
| Started By: | State Government of Assam |
| Beneficiaries Targeted: | Educated Local Youth |
| Help Amount: | Rs. 2 Lakhs to Rs. 5 Lakhs |
| Skill Training Duration: | For One Month |
| Registration Mode: | Online Mode |
| Portal: | cmaaa.assam.gov.in |
Benefits of CMAAA 3.0:
এই আঁচনিৰ সহায়ত ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলক স্বনিয়োজনৰ সুযোগ প্ৰদান কৰা হয় ।
ইয়াৰ জৰিয়তে ৰাজ্যত নতুন উদ্যোগপতি ( Entrepreneur ) সৃষ্টি হোৱাত সহায় হয় ।
এই আঁচনিৰ সহায়ত তেওঁলোক কেৱল চাকৰি বিচৰা ব্যক্তি নহয়, বৰং নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰি চাকৰি দিয়া ব্যক্তিলৈ পৰিণত হয় ।
নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতেই নিয়োগৰ সুযোগ বৃদ্ধি পায় ।
ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনীতি অধিক শক্তিশালী আৰু উন্নত হৈ উঠে ।
Features of CMAAA 3.0:
Beneficiaries Cover:
Financial Help:
Requirements for the Scheme:
Skill Training:
CMAAA 3.0 Eligibility Criteria:
Residence of Assam: এই আঁচনি কেৱল অসমৰ স্থায়ী বাসিন্দাসকলৰ বাবেহে উপলব্ধ । প্ৰতিটো পৰিয়ালৰ পৰা কেৱল এজন সদস্যই এই আঁচনিত আবেদন কৰিব পাৰিব ।
Age Criteria: সাধাৰণ শ্ৰেণীৰ আবেদনকাৰীৰ বয়স ২৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব । SC/ST/OBC সংৰক্ষিত শ্ৰেণীৰ বাবে বয়সৰ শিথিলতা দিয়া হৈছে আৰু তেওঁলোকৰ ক্ষেত্ৰত বয়স ২৮ বছৰৰ পৰা ৪৩ বছৰৰ ভিতৰত হ’ব লাগিব ।
Minimum Education Required: এই আঁচনিৰ বাবে ন্যূনতম শিক্ষাগত অৰ্হতা কমেও দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব । সকলো শ্ৰেণীৰ ক্ষেত্ৰত এই শিক্ষাগত অৰ্হতা একেই থাকিব ।
Registered with Employment Exchange: আবেদনকাৰীৰ Employment Exchange ত Registration কৰা থাকিব লাগিব অথবা বৈধ Registration Certificate থাকিব লাগিব ।
Financial Status: আবেদনকাৰী কোনো বেংকৰ ঋণৰ Defaulter হ’ব নালাগিব আৰু এটা Commercial Bank Account থাকিব লাগিব ।
Not Beneficiary of CMAAA 1.0 or 2.0: আবেদনকাৰীয়ে CMAAA 1.0 বা 2.0 ৰ অধীনত পূৰ্বে কোনো সুবিধা গ্ৰহণ কৰা নাথাকিব লাগিব ।
Financial Benefits:
ওপৰৰ অনুচ্ছেদত ইতিমধ্যে উল্লেখ কৰা হৈছে যে এই আঁচনিৰ সহায়ত চৰকাৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক বিভিন্ন খণ্ডত নিজা ব্যৱসায় আৰম্ভ কৰিবলৈ ঋণৰ ৰূপত আৰ্থিক সুবিধা প্ৰদান কৰে । পেছাদাৰী (Professionals) লোকসকল আৰু অন্যান্য আবেদনকাৰীৰ বাবে এই সুবিধাসমূহ বেলেগ বেলেগ ধৰণৰ হয় ।
| Category of Applicant: | Loan amount: |
|---|---|
| For Professional Degree Holder: | Up to Rs 5 Lakhs |
| For General Category: | Up to Rs 2 Lakhs |
Documents List:
ID Card: আবেদনকাৰীয়ে যিকোনো এটা বৈধ পৰিচয় পত্ৰ জমা দিব লাগিব, যেনে — Voter ID Card, Aadhaar Card, Driving Licence (DL) অথবা Passport ।
Educational Documents: কমেও দশম শ্ৰেণী উত্তীৰ্ণৰ Certificate আৰু Professional Degree Certificate জমা দিব লাগিব ।
Payment Documents: বেংক Passbook ৰ প্ৰথম পৃষ্ঠা, য’ত Savings Account Number, Bank Branch Name আৰু IFSC Code উল্লেখ থাকে, লগতে PAN Card জমা দিব লাগিব ।
Employment Exchange Certificate: অসমৰ Employment Exchange Registration Certificate জমা দিব লাগিব ।
Click to Read Full Details 👇
CMAAA 3.0 Online Apply Process:
| Step 1: Official Website Visit কৰক |
|---|
| ↪ Official Portal: CMAAA Official Portal |
| Step 2: Registration কৰক |
|---|
| ↪ New User Registration Option ত Click কৰি নিজৰ নাম, Mobile Number আৰু Email ID দি Account Create কৰক । |
| Step 3: Login কৰক |
|---|
| ↪ Registration সম্পূৰ্ণ হোৱাৰ পিছত Login Page ত গৈ Mobile Number/Password বা OTP ব্যৱহাৰ কৰি Login কৰক । |
| Step 4: Application Form Fill Up কৰক |
|---|
| ↪ নিজৰ Personal Details, Education Details আৰু Business Information Fill Up কৰক । |
| Step 5: Documents Upload কৰক |
|---|
| ↪ প্ৰয়োজনীয় Documents Scan কৰি Upload কৰক । |
| Step 6: Final Submit কৰক |
|---|
| ↪ সকলো তথ্য Check কৰি Final Submit Button ত Click কৰক । |
Important Links:
| Apply Online: | Click Now |
| Our App: | Download Now |
| Official Website: | Click Now |


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )