আজিকালি বহুতেই Online Earning বা Part-Time Income বিচাৰে । যদি তুমি তেনেকুৱা এটা সুযোগ বিচাৰিছা, তেন্তে Swiggy আৰু Instamart এ নতুন ডেলিভাৰী পাৰ্টনাৰ ৰ বাবে দাঙৰ অফাৰ লৈ আহিছে ।
এই অফাৰত তুমি দৈনিক ভালেখিনি Income কৰাৰ লগতে Extra Bonus পাবা । মই সহজকৈ সকলো তথ্যবোৰ বুজাই দিছো 👇
🍔 Swiggy Delivery Earnings (Summer Offer)
Swiggy এ “Summer Earnings Party” নামত এটা special earning scheme আৰম্ভ কৰিছে ।
👉 Earn up to ₹1900 per day
📊 Daily Orders অনুযায়ী earning:
| 15 Orders | ₹700 |
| 20 Orders | ₹1000 |
| 25 Orders | ₹1300 |
| 30 Orders | ₹1600 |
| 35 Orders | ₹1900 |
📌 Condition:
LP + DP mandatory
12pm–4pm & 6pm–11pm Time Slotত কাম কৰিব লাগিব
👉 যদি তুমি নিয়মীয়াকৈ কাম কৰা, ভাল Income Generate কৰিব পাৰিবা ।
🛒 Instamart Joining Bonus Offer
Instamart ফালৰ পৰা আৰু এটা জবৰদস্ত অফাৰ আহিছে 👇
- 💰 Daily ₹450 extra income
- 📦 10 orders per day deliver কৰিলে পাবা
- 🎁 Total Joining Bonus: ₹20,250 (45 দিনত)
👉 মানে, তুমি Regular কাম কৰিলে Basic Income ৰ ওপৰত এই Bonusটোও পাবা ।
📝 Join কৰিবলৈ কি লাগিব ?
- Aadhaar Card
- Bike / Scooty
- Smartphone
- Driving License
👉 ভাল কথা হ’ল, joining fee ₹0 (limited time offer)
👍 এই কামটো কিয় ভাল ?
✔️ Flexible time
✔️ Daily earning chance
✔️ Extra bonus system
✔️ Part-time বা full-time দুয়োটাতেই কৰিব পাৰিবা
📞 Join কৰিবলৈ Contact
📱 Contact Number: 8486052598
👉 Direct Call কৰি বা WhatsApp কৰি Details জানিব পাৰিব ।
🔗 Conclusion
যদি তুমি Fast Earning বা Part-Time Income বিচাৰিছা, তেন্তে Swiggy আৰু Instamart Delivery Job এটা ভাল Option হ’ব পাৰে ।
👉 বিশেষকৈ Part-Time কাম বিচৰা লোক বা Freelancing কৰা মানুহৰ বাবে এইটো Useful।



.webp)
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )