Double Exposure Baby Poster Editing Prompt 2026 Gemini & ChatGPT
AI Photo Editing এতিয়া বহুত জনপ্ৰিয় হৈ উঠিছে। বিশেষকৈ Double Exposure Style Movie Poster ডিজাইন সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । এই ধৰণৰ ডিজাইনত এখন ফটোৰ পৰা শিশুৰ তিনিটা ভিন্ন ভিউ দেখুওৱা হয়, যিয়ে এক প্ৰফেচনেল আৰু Cinematic লুক প্ৰদান কৰে ।
What is AI Double Exposure Poster ?
Double Exposure Poster হৈছে এনে এটা ডিজাইন য'ত একেজন ব্যক্তিৰ একাধিক প'জ একেলগে সংযোগ কৰি Movie Poster Style Effect সৃষ্টি কৰা হয় । AI Image Generator ব্যৱহাৰ কৰি কেইছেকেণ্ডমানতে এনে Poster বনাব পাৰি ।
Prompt :
Features of This Poster Style
- Cinematic Movie Poster Look
- Double Exposure Effect
- Ultra Realistic Face Preservation
- High Quality 4K Output
- Professional Studio Lighting
- Social Media Ready Design
- Perfect for Kids Photography
How to Create
- ChatGPT, Gemini বা AI Image Generator খোলক ।
- ওপৰৰ Prompt Copy কৰক ।
- শিশুৰ ফটো Upload কৰক ।
- Prompt Paste কৰি Generate বুটামত ক্লিক কৰক ।
- কেইছেকেণ্ডৰ ভিতৰতে Professional Poster প্ৰস্তুত হৈ যাব ।
Tags: AI Photo Editing, Double Exposure Poster, Baby Poster Prompt, Cinematic AI Photo, ChatGPT Image Prompt, AI Movie Poster, Child Photo Editing, Viral AI Prompt 2026.


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )