অসমৰ বহু চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ বাবে APSC CCE Admit Card 2026 এতিয়া অতি গুৰুত্বপূৰ্ণ বিষয়। Assam Public Service Commission (APSC)-এ Combined Competitive Examination (CCE) 2025 ৰ Main Examination অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।
যোগ্য প্ৰাৰ্থীসকলে APSC CCE Mains Admit Card 2026 প্ৰকাশ পোৱাৰ পিছত নিজৰ e-Admission Certificate অনলাইনযোগে download কৰিব পাৰিব। বৰ্তমান প্ৰকাশিত তথ্য অনুসৰি CCE Main Examination 2025 অহা 9, 10 আৰু 11 October 2026 তাৰিখে Guwahati কেন্দ্ৰত অনুষ্ঠিত হ’ব।
APSC CCE Admit Card 2026
| পৰীক্ষাৰ নাম: | Combined Competitive (Main) Examination, 2025 |
| পৰিচালনাকাৰী সংস্থা: | Assam Public Service Commission (APSC) |
| Advertisement No. | 01/2026 |
| মুঠ পদ: | 78 Posts |
| পৰীক্ষাৰ ধৰণ: | Main Examination |
| পৰীক্ষাৰ তাৰিখ: | 9, 10 আৰু 11 October 2026 |
| পৰীক্ষা কেন্দ্ৰ: | Guwahati |
| Admit Card: | 19 September 2026 |
| Candidate Roll Number List: | 18 September 2026 |
| Official Website: | apsc.nic.in |
APSC CCE Mains Admit Card 2026 কেতিয়া প্ৰকাশ পাব ?
APSC-ৰ প্ৰকাশিত সময়সূচী অনুসৰি CCE Main Examination 2025 ৰ e-Admission Certificate 19 September 2026 তাৰিখে upload কৰাৰ কথা আছে। তাৰ আগদিনা অৰ্থাৎ 18 September 2026 তাৰিখে যোগ্য প্ৰাৰ্থীসকলৰ roll number list প্ৰকাশ কৰাৰ কথা উল্লেখ কৰা হৈছে।
সেয়ে CCE Mains পৰীক্ষাৰ বাবে যোগ্য প্ৰাৰ্থীসকলে 19 Septemberৰ পৰা APSC-ৰ official portal চাব পাৰে। Admit Card download কৰাৰ পিছত তাত থকা নিজৰ নাম, roll number, examination centre, date আৰু অন্যান্য তথ্য ভালদৰে মিলাই লোৱাটো অতি জৰুৰী।
APSC CCE Mains Exam Date 2026
APSC CCE Main Examination 2025 তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব।
| তাৰিখ: | পুৱা 9:00 – 12:00: | আবেলি 1:30 – 4:30: |
|---|---|---|
| 9 October 2026: | Paper-I: Essay | Paper-II: General Studies-I |
| 10 October 2026: | Paper-III: General Studies-II | Paper-IV: General Studies-III |
| 11 October 2026: | Paper-V: General Studies-IV | Paper-VI: General Studies-V |
পৰীক্ষাৰ প্ৰতিটো paper-ৰ সময়, centre আৰু অন্যান্য নিৰ্দেশনা প্ৰাৰ্থীৰ e-Admission Certificate-ত উল্লেখ কৰা থাকিব।
APSC CCE Admit Card 2026 কেনেকৈ Download কৰিব ?
APSC CCE Admit Card 2026 download কৰিবলৈ প্ৰাৰ্থীসকলে তলৰ ধাপসমূহ অনুসৰণ কৰিব পাৰে।
| ↪ APSC-ৰ official website বা recruitment portal খোলক । |
| ↪ “Call Letters / Admit Cards” অথবা সংশ্লিষ্ট CCE Main Examination link বিচাৰক । |
| ↪ CCE Main Examination 2025 ৰ Admit Card link-ত click কৰক । |
| ↪ প্ৰয়োজনীয় login details যেনে Application Number/Roll Number আৰু Date of Birth আদি দিয়ক । |
| ↪ আপোনাৰ e-Admission Certificate screen-ত দেখা যাব । |
| ↪ Admit Card-খন download কৰি ভালদৰে print কৰি ৰাখক। |
পৰীক্ষাৰ প্ৰতিটো paper-ৰ সময়, centre আৰু অন্যান্য নিৰ্দেশনা প্ৰাৰ্থীৰ e-Admission Certificate-ত উল্লেখ কৰা থাকিব।
APSC CCE Admit Card 2026 কেনেকৈ Download কৰিব ?
APSC CCE Admit Card 2026 download কৰিবলৈ প্ৰাৰ্থীসকলে তলৰ ধাপসমূহ অনুসৰণ কৰিব পাৰে।
| ↪ প্ৰাৰ্থীৰ নাম |
| ↪ Roll Number |
| ↪ Registration/Application Number |
| ↪ Photograph |
| ↪ Signature |
| ↪ Examination Name |
| ↪ Examination Date |
| ↪ Paper আৰু Exam Timing |
| ↪ Examination Centre |
| ↪ Centre Address |
| ↪ পৰীক্ষাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা |
APSC CCE Admit Card-ত কি কি তথ্য থাকিব ?
APSC CCE Mains Admit Card-ত সাধাৰণতে প্ৰাৰ্থীৰ গুৰুত্বপূৰ্ণ তথ্যসমূহ উল্লেখ থাকে। যেনে
| Roll Number List: | 18 September 2026 |
| CCE Mains Admit Card: | 19 September 2026 |
| CCE Mains Examination: | 9–11 October 2026 |
| Examination Centre: | Guwahati |
এই তাৰিখসমূহ বৰ্তমান প্ৰকাশিত APSC CCE Mains schedule-ৰ ভিত্তিত দিয়া হৈছে।
APSC CCE Admit Card 2026 Download Link
| Download Admit Card: | Click Now |
| Candidate List: | Click Now |
| Exam Schedule: | Click Now |
| Official Notification: | Click Now |
| Official Website: | Click Now |
FAQs – APSC CCE Admit Card 2026
| APSC CCE Admit Card 2026 কেতিয়া আহিব ? |
|---|
| ↪ CCE Main Examination 2025 ৰ e-Admission Certificate 19 September 2026 তাৰিখে upload কৰাৰ কথা প্ৰকাশিত schedule-ত উল্লেখ আছে। |
| APSC CCE Mains Exam 2026 কেতিয়া অনুষ্ঠিত হ’ব ? |
|---|
| ↪ APSC CCE Main Examination 2025 9, 10 আৰু 11 October 2026 তাৰিখে অনুষ্ঠিত হ’ব । |
| APSC CCE Mains Exam Centre ক'ত ? |
|---|
| ↪ প্ৰকাশিত schedule অনুসৰি CCE Mains Examination Guwahati কেন্দ্ৰত অনুষ্ঠিত হ’ব। |
| APSC CCE Admit Card ক'ৰ পৰা download কৰিব পাৰিম ? |
|---|
| ↪ Admit Card প্ৰকাশ হোৱাৰ পিছত প্ৰাৰ্থীসকলে APSC-ৰ official website/recruitment portal-ৰ পৰা e-Admission Certificate download কৰিব পাৰিব। |
| APSC CCE Mains 2026-ত কিমানখন paper আছে ? |
|---|
| ↪ CCE Mains-ত মুঠ 6খন paper আছে—Essay আৰু General Studies-I ৰ পৰা General Studies-V লৈ। |


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )