প্ৰথম - স্হান লাভ কৰে শ্ৰী ধূতিৰাজ বাস্তৱ কলিতা । বিদ্যালয়ৰ নাম পদুম পুখুৰী হাইস্কুল আৰু ছাত্ৰ জনৰ ঘৰ দৰং । মুঠ নম্বৰ ৫৯৫
দ্বিতীয় -- অলংকৃতা গৌতম বৰুৱা, বিদ্যালয়ৰ নাম - ছুল্ট ব্ৰুক স্কল, ডিব্ৰুগড় মুঠ নম্বৰ ৫৯৪
তৃতীয় -- দেৱীস্মী প্ৰিয়া বৰা । বিদ্যালয়ৰ নাম (-------) গুৱাহাটী , মুঠ নম্বৰ ৫৯১
চতুৰ্থ -- নমসৎ ডেকা । বিদ্যালয়ৰ নাম লিটল ফ্লাৱাছ স্কুল । নলবাৰী মুঠ নম্বৰ ৫৯০
পঞ্চম - মানস নেওগ । বিদ্যালয়ৰ নাম আদৰ্শ জাতীয় বিদ্যালয় । ডিব্ৰুগড় মুঠ নম্বৰ ৫৮৯ ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )