Assam Board SEBA HSLC Result 2020:
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা ফলাফল অহা ৬ তাৰিখে পোৱা ৯ বজাত ঘোষণা কৰা হব । এই বিষয়ে জনালে শিক্ষা মন্ত্ৰী ড: হিমন্ত বিশ্ব ডাঙৰীয়া দেবে যোৱা কলি ইখন সংবাদ মাধ্যমত জনায়, আৰু লগতে HS ৰ ফলাফলো ঘোষণা কৰিলে ডাঙৰীয়া দেবে ।
এইবাৰ মেট্ৰিক পৰীক্ষা ফলাফল পোবা ৯ বজাত সকলো ছাত্ৰ - ছাত্ৰী Online যোগে পাব । কাৰণ আমি সকলোৱে জানো সম্গ বিশ্বৰ লগতে আমাৰ অসমতো Covid-19 ত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে যাৰ ফলত সকলো বিদ্যালয় আৰু কলেজ বোৰ বন্ধ ৰখা হৈছে । সেইবাবে এইবাৰ মেট্ৰিকৰ ফলাফল Online যোগে ঘোষণা কৰা হব। আৰু ছাত্ৰ - ছাত্ৰী সকলে নিজৰ Marksheet খন PDF ফাইল পাব । আৰু সেই PDF ফাইল খন Print কৰি লব লাগিব ।
sebaonline.org, resultsassam.nic.in, the SEBA 10th result can also be checked via SMS.
Assam (SEBA) HSLC 10th result 2020: How to check result online
Step 1: Visit the official websites
Step 2: On the homepage, click on ‘HSLC result’ link
Step 3: Enter your registration number
Step 4: Your SEBA HSLC Result 2020 will appear on the screen
Step 5: Download it, and take a print out for future reference
Assam (SEBA) HSLC Result 2020: How to check via SMS
For checking the SEBA Class 10 Results 2020 via SMS, students must type SEBA20roll number and send it to 57766.
Around 3.58 lakh students appeared in the Assam HSLC examination this year, the evaluation process of which was completed by April 27. The results of Higher Secondary examination can be expected by June-end.
Assam HSLC Exam Result Websites
- resultsassam.nic.in
- sebaonline.org
- nbsenagaland.com
- results.sebaonline.org
- examresults.net
- exametc.com
- indiaresults.com
- assamonline.in
- results.siksha
- knowyourresult.com
- assamresult.in
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )