জানিবলৈ পোৱা মতে এই লোক তিনি জন ২২ মেত তামিলনাডুৰ পৰা অসমলৈ আহিছিল । আৰু এই লোক তিনি জনক কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু বহুমুখী বিদ্যালয়ৰ কোৱাৰেন্টন চেন্টাৰত ৰখা হৈছিল ।
আজি এই তিনি জন লোকৰ ৰিপত আহিল । ৰিপতত এই লোক তিনি জনৰ দেহত Covid-19 ৰোগটোৰ ধৰা পৰে । ৰোগী তিনি জনৰ নাম ক্ৰমে
- অভিজিৎ বৰা ( বকুলগুৰি )
- ফাৰুক আহমেদ ( শিমলুগুৰি )
- ইমদাদুল হুছেইন ( শিমলুগুৰি )
তিনিও জন Covid-19 ৰোগীক আজি নগাঁওলৈ প্ৰেৰণ কৰা হৈছে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )