Orunodoi Payment Date 2025
অসম চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ অৰ্থনৈতিক উন্নয়নৰ বাবে আৰম্ভ কৰা অৰুণোদয় যোজনা (Orunodoi Scheme) হৈছে ৰাজ্যৰ আটাইতকৈ বৃহৎ সামাজিক সুৰক্ষা পৰিকল্পনা । এই পৰিকল্পনাৰ অধীনত প্ৰতি মাহে উপভোক্তাসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে আৰ্থিক সহায় (DBT) জাৰী কৰা হয় ।
September 2025 ৰ পেমেণ্ট তাৰিখ
আগতে September 25, 2025 তাৰিখে অৰুণোদয় পেমেণ্ট দিয়াৰ কথা আছিল । কিন্তু গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ বাবে চৰকাৰে তাৰিখটো পিছুৱাই দিয়ে ।
➡️ নতুন ঘোষণা অনুসৰি – 7 October 2025 তাৰিখে উপভোক্তাসকলৰ একাউণ্টত অৰুণোদয়ৰ টকা জমা কৰা হ’ব ।
অৰুণোদয় যোজনাৰ সহায়ৰ পৰিমাণ
প্ৰতিমাহে ₹1250 উপভোক্তা পৰিয়ালৰ মহিলা সদস্যক প্ৰদান কৰা হয় ।
এই ধন **DBT (Direct Benefit Transfer)**ৰ জৰিয়তে একাউণ্টত জমা হয় ।
পেমেণ্ট ষ্টেটাছ কিদৰে চাব ?
↪️ Orunodoi Portal খোলক – https://orunodoi.assam.gov.in |
↪️ Beneficiary Status অপশ্বন ক্লিক কৰক । |
↪️ মোবাইল নম্বৰ বা Beneficiary ID দিয়ক । |
↪️ আপোনাৰ পেমেণ্ট ষ্টেটাছ দেখা যাব। |
উপসংহাৰ
অৰুণোদয় যোজনা অসমৰ লাখ লাখ পৰিয়ালৰ জীৱনযাত্ৰা উন্নত কৰাত সহায়ক হৈছে । September 2025 ৰ পেমেণ্ট 7 October 2025 তাৰিখে বিতৰণ কৰা হ’ব বুলি চৰকাৰে স্পষ্ট কৰিছে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )