🌞 PM-KUSUM Solar Scheme Assam – Apply Online, Eligibility & Subsidy Details


📌 PM-KUSUM আঁচনি বিষয়ে সবিশেষ 

PM-KUSUM (Pradhan Mantri Kisan Urja Suraksha evam Utthaan Mahabhiyan) হৈছে ভাৰত চৰকাৰৰ এটা মুখ্য উদ্যোগ, যাৰ জৰিয়তে কৃষকসকলে সৌৰ শক্তিৰ ব্যৱহাৰ কৰি বিদ্যুৎ আৰু ডিজেল পাম্পৰ খৰচ কমাই অধিক আয় কৰিবলৈ সক্ষম হ’ব । এই আচঁনিৰ বিশেষকৈ কৃষক সকলৰ বাবে ।

🌞 PM-KUSUM Solar Scheme Assam – Apply Online, Eligibility & Subsidy Details

🔹 Assam PM-KUSUM Scheme ৰ মুখ্য অংশ

1. Component A –

কৃষকসকলে নিজৰ জমিত 500 kW ৰ পৰা 2 MW পৰ্যন্ত সৌৰ প্লাণ্ট লগাব পাৰিব । উৎপাদিত বিদ্যুৎ বিদ্যুৎ বিভাগ (DISCOM) ক বিক্ৰী কৰিব পাৰিব ।

2. Component B –

2 HP – 7.5 HP পৰ্যন্ত নতুন standalone সৌৰ পাম্প কৃষকসকলক বিতৰণ কৰা হয় । ই ডিজেল পাম্পৰ বিকল্প ।


3. Component C –

বিদ্যমান বৈদ্যুতিক পাম্পক সৌৰীকৰণ (Solarisation) কৰি বিদ্যুৎ খৰচ কমাব পাৰিব । অধিক বিদ্যুৎ DISCOM ক বিক্ৰী কৰিব পাৰিব ।

🔹 অসমত বিশেষ শর্ত

  • কেৱল Submersible Tube Well (STW) থকা কৃষকে আবেদন কৰিব পাৰিব ।
  • বিগত 7 বছৰত সৌৰ পাম্প পাইছে তেনে কৃষকে আকৌ এই আচঁনিৰ লাভ নাপায় ।
  • আবেদন first-come, first-serve basis ত গ্ৰহণ কৰা হয় ।

🔹 কৃষকৰ ভাগ (Farmer’s Share)

  • পাম্পৰ ধৰণ অনুসৰি কৃষকে নিজে কিছু অংশ দিব লাগিব ।
  • উদাহৰণ: 2 HP DC Submersible Pump ⇒ কৃষকৰ ভাগ প্ৰায় ₹23,749
  • বাকী খৰচৰ 70% – 90% পৰ্যন্ত চৰকাৰে Subsidy হিচাপে দিব ।

🔹 অসমৰ কৃষক সকলে কি লাভ পাব

  • বিদ্যুৎ আৰু ডিজেল পাম্পৰ খৰচ কমিব ।
  • অধিক বিদ্যুৎ বিক্ৰী কৰি কৃষকে অতিৰিক্ত আয় কৰিব পাৰিব ।
  • পৰিৱেশ বান্ধৱ উদ্যোগ (Green Energy) ।
🌞 PM-KUSUM Solar Scheme Assam

📌 কেনেদৰে আবেদন কৰিব ?


Online আবেদনৰ বাবে Assam GovtPM-KUSUM পোর্টেল খোলিব লাগিব ।

প্ৰয়োজনীয় নথি:

  • মাটিৰ কাগজ (Land Document)
  • কৃষক পঞ্জিকৰণ (Farmer ID)
  • Aadhar Card
  • Bank Passbook

👉 অধিক তথ্যৰ বাবে :

Online Apply: Click Here
Official Website: Click Here 

Contact US AS A FREE MEMBER
facebook group

whatsapp group

Post a Comment

0 Comments
close