PM Surya Ghar: Muft Bijli Yojana Full Details


PM Surya Ghar: Muft Bijli Yojana 13 ফেব্ৰুৱাৰী, 2024-ত আৰম্ভ কৰা হৈছিল । এই আচঁনিৰ মূল উদ্দেশ্য হৈছে 1 কোটি (10 মিলিয়ন) লোকৰ ঘৰৰত চলাৰ পেনেলৰ স্থাপন কৰাৰ, লগতে দৈনন্দিন ব্যবহাৰৰ বাবে শক্তি উৎপাদন বৃদ্ধি কৰা ।  ২০২৪-২৫ অর্থবৰ্ষৰ পৰা দেশজুৰি এই যোজনা অত্যন্ত গতিত আগবাঢ়ি আছে ।
 
এই আচঁনিৰ সূবিধা এতিয়া লৈকে প্রায় 16.51 লাখ (1.651 মিলিয়ন) গৃহত এই PM Surya Ghar যোজনাৰ সুবিধা পাইছে ।  তলত এই আচঁনিৰ সকলো সুবিধা উল্লেখ কৰা হৈছে, 

PM Surya Ghar Muft Bijli Yojana

🔥 এই যোজনাত কি লাভ পাব ?


এই আচঁনিৰ জৰিয়তে নিম্নলিখিত সুবিধাসমূহ পোৱা যাব —

✔ বিনামূল্যে ৩০০ ইউনিট বিদ্যুৎ

ঘৰখনত স্থাপন কৰা চলাৰ পেনেলৰ উৎপাদনৰ পৰা প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ Free হ'ব ।

✔ সৰ্বাধিক ₹48,000 – ₹1,30,000 পৰ্যন্ত Central Subsidy

ক্ষমতা (kW) অনুসাৰে subsidy এইদৰে

1 kW → প্ৰায়  ₹33,000 টকা 
2 kW → প্ৰায় ₹96,000 টকা 
3 kW+ → প্ৰায় ₹1,30,800 টকা 

✔ State Subsidy


প্ৰতিটো ৰাজ্য নিজে অতিরিক্ত subsidy দিয়ে। অসমত আনুমানিক:

1 kW → ₹15,000 টকা 
2 kW → ₹30,000 টকা 
3 kW → ₹45,000 টকা 

✔ ব্যাংক লোন (Interest Only 6.75%)


PNB, SBI, BoB সহ আন বিভিন্ন ব্যাংকে 6.75% সুদ-ত Collateral-Free লোন দিয়ে ।

1 KW Solar Panel Loan EMI Details 

1 বছৰৰ EMI (₹77,000) ₹ 6,635/মাহ
2 বছৰৰ EMI ( 77,000 ) ₹ 3,480/মাহ
3 বছৰৰ EMI (₹77,000) ₹ 2,368/মাহ

2 KW Solar Panel Loan EMI Details 

1 বছৰৰ EMI (₹79,000) ₹ 6,818/মাহ
2 বছৰৰ EMI (₹79,000) ₹ 3,531/মাহ
3 বছৰৰ EMI (₹79,000) ₹ 2,434/মাহ

3 KW Solar Panel Loan EMI Details 

1 বছৰৰ EMI (₹64,200) ₹ 5,555/মাহ
2 বছৰৰ EMI (₹64,200) ₹ 2,874/মাহ
3 বছৰৰ EMI (₹64,200) ₹ 1,982/মাহ

✔ অধিক বিদ্যুৎ বিক্ৰী কৰি আয় কৰিব পাৰিব


ঘৰত উৎপন্ন অতিৰিক্ত বিদ্যুৎ Grid-লৈ বিক্ৰি কৰি ঘৰত টকা আয় কৰিব ।

✅ PM SURYA GHAR SCHEME Details 


Capacity Total Cost Total Subsidy Bankক দিব লাগিব
1 KW ₹ 1,25,000 ₹ 48,000 ₹ 77,000
2 KW ₹ 1,75,000 ₹ 96,000 ₹ 79,000
3 KW ₹ 1,95,000 ₹ 1,30,800 ₹ 64,200

📌 1 kW On-Grid Solar System (with Battery + Inverter)


Total Cost (Cont. Loan Total Amount): ₹1,25,000
State Subsidy: ₹15,000
Central Subsidy: ₹33,000
Total Subsidy: ₹48,000
Loan Amount Payable to Bank: ₹77,000

📌 2 kW On-Grid Solar System (with Battery + Inverter)


Total Cost (Cont. Loan Total Amount): ₹1,75,000
State Subsidy: ₹30,000
Central Subsidy: ₹66,000
Total Subsidy: ₹96,000
Loan Amount Payable to Bank: ₹79,000

PM Surya Ghar Muft Bijli Yojana

📌 3 kW On-Grid Solar System (without Battery + Inverter)


Total Cost (Cont. Loan Total Amount): ₹1,95,000
State Subsidy: ₹45,000
Central Subsidy: ₹85,800
Total Subsidy: ₹1,30,800
Loan Amount Payable to Bank: ₹64,200

🎯 PM Surya Ghar Apply Eligibility


✔ ভাৰতৰ নাগৰিক হ’ব লাগিব ।
✔ নিজস্ব ঘৰৰ ছাদ (Rooftop) থাকিব লাগিব । (Optional)
✔ বিদ্যুৎ সংযোগ সক্ৰিয় (Active) হ’ব লাগিব ।
✔ আগতে অন্য Solar Subsidy নেওয়া নাথাকিব ।
✔ অনুমোদিত Vendor ৰ মাধ্যমে স্থাপন হ’ব লাগিব ।

📝 Apply Process (Online Registration)


PM Surya Ghar যোজনাত আবেদন কৰা


↪ Official Portal খুলিব 👉 https://pmsuryaghar.gov.in
State + Electricity Board + Consumer Number দিয়ে Register
Vendor চয়ন (Empanelled Vendor List)
↪ System size (1 kW / 2 kW / 3 kW) আৰু type বাছনি
Inspection + Installation + Net Metering
Final Approval
Subsidy ডাইৰেক্টলি ব্যাংক Account-ত জমা হ'ব

🌞 যোজনা কেনেকৈ কাম কৰে ?

You May Apply :-----    PM Surya Ghar Muft Bijli Yojana

চলাৰ পেনেল দিনত সূৰ্যৰ শক্তিত বিদ্যুৎ উৎপাদন কৰে ।
ইনভার্টাৰ বিদ্যুৎটো ঘৰত ব্যৱহাৰযোগ্য AC Power-লৈ পৰিবৰ্তন কৰে ।

ব্যৱহাৰ নোহোৱা বিদ্যুৎ Grid-লৈ বিক্ৰী হয় । Net Metering-এ মাহেকীয়া হিচাব ৰাখে । আপুনি কিমান বিদ্যুৎ উৎপাদন কৰিলে আৰু খৰচ কৰিলে ।

📌 এই স্কিমৰ উদ্দেশ্য

  • দেশৰ বিদ্যুৎ নিৰ্ভৰতা বৃদ্ধি
  • বিদ্যুৎ বিল কমোৱা
  • 25 বছৰত 720 million টন CO₂ ৰোধ
  • 17 লাখ নতুন কর্মসংস্থান সৃষ্টি
  • 30 GW নতুন Solar Capacity স্থাপন

📢 Conclusion


PM Surya Ghar হৈছে ভাৰতৰ ভিতৰত চলা অন্যতম বৃহৎ চলাৰ যোজনা । Subsidy + Free Electricity + Low Interest Loan মিলাই মধ্যবিত্ত আৰু নিম্ন-মধ্যবিত্ত সকলৰ বাবে এই স্কিম অত্যন্ত লাভজনক ।
আজিয়ে Online আবেদন কৰিব পাৰি আৰু Installer / Vendor-এ সম্পূৰ্ণ সকলো প্ৰক্ৰিয়া সহায় কৰিব । 

Contact Number - 9613892228

Post a Comment

0 Comments

Ads

close