APDCL Result 2026 – Assistant Accounts Officer (AAO) 🌟


সকলো APDCL Assistant Accounts Officer (AAO) পৰীক্ষাত অংশ লৈছিল — সুখবৰ !
APSC-এ ২০২৬ চনৰ AAO ৰ ফলাফল অফিচিয়েলভাৱে ঘোষণা কৰিছে ।
এই ফলাফলত যিসকলে ঠিক নম্বৰ পালে, তেওঁলোক Document Verification (ডকুমেণ্ট ভেৰিফিকেশ্যন) ৰ বাবে আগবাঢ়িব পাৰে ।

APDCL Result 2026 – Assistant Accounts Officer (AAO) 🌟


Post Name: AAO (Class-III)
Vacancies: 69 Posts
Organization: APDCL
Exam Type: Screening Test (OMR + Written)
Exam Date: 23 March 2025
Result Status: Declared
Result Date: 10 February 2026

APDCL Result 2026

১০ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে Assam Public Service Commission (APSC)-এ Assam Power Distribution Company Limited (APDCL)-ত Assistant Accounts Officer (AAO) প’ষ্টৰ নিযুক্তিৰ বাবে অফিচিয়েল ফলাফল জাননী প্ৰকাশ কৰে ।

এই ফলাফল Screening Test (OMR + Written)-ত প্ৰাৰ্থীসকলৰ প্ৰদৰ্শনৰ ভিত্তিত ঘোষণা কৰা হৈছে । উক্ত Screening Test ২৩ মার্চ ২০২৫ তাৰিখে অনুষ্ঠিত হৈছিল ।

এই পৰীক্ষাখন APDCL-ৰ মুঠ ৬৯টা AAO প’ষ্ট পূৰণৰ বাবে অনুষ্ঠিত কৰা হৈছিল । এই নিযুক্তি প্ৰক্ৰিয়া Advertisement No. 13/2024 (তাৰিখ ৭ জুন ২০২৪) অনুসৰি আৰম্ভ কৰা হৈছিল । 

যিসকল প্ৰাৰ্থী Document Verification-ৰ বাবে short-list হৈছে, তেওঁলোকক নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰৱৰ্তী ধাপলৈ আহ্বান জনোৱা হ’ব । Document Verification-ৰ সঠিক তাৰিখ আৰু অন্যান্য দিশসমূহ APSC-এ পিছলৈ পৃথকে জাননী জাৰি কৰি জনাব ।

APDCL Result Details

Post Name: Assistant Accounts Officer (AAO)
Total Posts: 61 Posts
Organization: Assam Power Distribution Company Limited (APDCL)
Exam Authority: Assam Public Service Commission (APSC)
Exam Type: Screening Test (OMR + Written)
Exam Date: 23 March 2025
Result Status: Declared
Result Date: 10 February 2026
Next Phase: 19 February 2026

How to Check APDCL Result ?

APDCL-ৰ Assistant Accounts Officer (AAO) প’ষ্টৰ Screening Test-ত অংশ লোৱা প্ৰাৰ্থীসকলে নিজৰ ফলাফল APSC-ৰ অফিচিয়েল ৱেবছাইটৰ পৰা চাব পাৰে । ফলাফলটো PDF ফৰ্মেটত প্ৰকাশ কৰা হৈছে, য’ত short-list হোৱা সকলো প্ৰাৰ্থীৰ ৰ’ল নম্বৰ উল্লেখ আছে ।

ফলাফল চাবলৈ, এই পৃষ্ঠাৰ “Important Links” অংশলৈ গৈ Official Notification বুলি দিয়া লিংকটো ক্লিক কৰিব লাগে । তেনে কৰিলে PDF ফাইলটো পোনে পোনে খুলি যাব । তাৰ পিছত আপুনি নিজৰ ৰ’ল নম্বৰ বিচাৰি চাব পাৰে যে আপুনি Document Verification ৰ বাবে নিৰ্বাচিত হৈছে নে নহয় ।

নিজৰ ৰ’ল নম্বৰ সহজে বিচাৰিবলৈ keyboard-ৰ Ctrl + F ব্যৱহাৰ কৰাটো ভাল। তেনে কৰিলে সম্পূৰ্ণ তালিকাৰ মাজত তৎক্ষণাত আপোনাৰ নম্বৰ বিচাৰি পাব ।

আপোনাৰ সুবিধাৰ বাবে ফলাফল চাবলৈ সকলো প্ৰয়োজনীয় ডাইৰেক্ট লিংক তলত দিয়া আছে ।

Important Dates of APDCL Result

Notification Date: 7 June 2024
Apply Start Date: 15 June 2024
Apply End Date: 14 July 2024
Exam Date: 23 March 2025
Result Date: 10 February 2026
Document Verification: 19 February 2026

Important Links of APDCL Result

Download Result: APDCL | AEGCL
Official Notification: APDCL | AEGCL
Exam Syllabus: APDCL | AEGCL
Official Website: Click Now


Contact US AS A FREE MAMBER
facebook group

whatsapp group

Tags

Post a Comment

0 Comments

Ads

close