অসমৰ জাগীৰোডত স্থাপিত হ’বলগীয়া টাটা চেমিকণ্ডাক্টৰ ইউনিটত ২০২৬ চনৰ বাবে বৃহৎ নিয়োগ ঘোষণা কৰা হৈছে । এই সুযোগ বিশেষকৈ দক্ষতাসম্পন্ন যুৱ-যুৱতীৰ বাবে এক সুবৰ্ণ সুযোগ ।
Tata Semiconductor প্ৰকল্পৰ অন্তৰ্গত জাগীৰোডত Skill Development Mission ৰ সহযোগিতাত এটা বিশেষ নিয়োগ অভিযান আয়োজন কৰা হৈছে। যোগ্য আৰু অভিজ্ঞ প্ৰাৰ্থীসকলক ফেব্ৰুৱাৰী ২০২৬ত অনুষ্ঠিত হ’বলগীয়া ৱাক-ইন নিয়োগ অভিযানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ।
📌 Recruitment Overview:
| Organization: | Tata Semiconductor Assembly & Test |
| Project Location: | Jagiroad, Assam |
| Recruitment Type: | Walk-in Interview |
| Walk-in Dates: | 21–22 February 2026 |
| Last Date to Apply: | 19 February 2026 |
| Experience Required: | Minimum 3 Years |
| Selection Process: | Shortlisting + Interview |
Vacancy Details:
| ↪ SMT Process Engineering Manager |
| ↪ SMT Process/Equipment Engineer & Technician |
| ↪ SMT Assembly Equipment Manager |
| ↪ Test Product/Process/Development/Hardware Engineer |
| ↪ Quality Lead/Engineer/Technician |
| ↪ QMS Engineer/Lead |
| ↪ Industrial Engineer |
| ↪ Program Manager |
| ↪ Failure Analysis & Reliability Engineer/Technician আদি বহুতো পদ |
🎓 Education Qualification:
- Graduate in relevant Engineering/Technical discipline.
- Candidates must have minimum 3 years of relevant industry experience.
- Experience in Semiconductor, SMT, Manufacturing, or Electronics Production will be preferred.
📅 Important Dates:
ৱাক-ইন নিয়োগ অভিযান: ২১–২২ ফেব্ৰুৱাৰী ২০২৬
-
আবেদন শেষ তাৰিখ: ১৯ ফেব্ৰুৱাৰী ২০২৬
📍 স্থান:
জাগীৰোড, মৰিগাঁও, অসম
যোগ্য বিবেচিত প্ৰাৰ্থীক সাক্ষাৎকাৰ পৰ্যায়ৰ বাবে জনোৱা হ’ব । আবেদন পত্ৰ পূৰণ কৰিবলৈ অফিচিয়েল লিংক/QR কোড ব্যৱহাৰ কৰিব লাগিব ।
Important Link:
| Apply Link: | Click Now |


আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )