Checking Live Applications...

Assam ANM Admission 2026 – Apply Online, Eligibility, Exam Date & Syllabus


Assam ANM Admission 2026-ৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ’ব । Srimanta Sankaradeva University of Health Sciences (SSUHS)-ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া ANM Entrance Examination 2026-ৰ জৰিয়তে Assam-ৰ চৰকাৰী ANM Training Schoolসমূহত নামভৰ্তি কৰা হ’ব ।


২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে মুঠ 369 খন ANM Seat উপলব্ধ আছে । যোগ্য মহিলা প্ৰাৰ্থীসকলে 15 September 2026ৰ পৰা 27 September 2026লৈ অনলাইন আবেদন কৰিব পাৰিব । ANM Entrance Exam 2026 অনুষ্ঠিত হ’ব 11 October 2026 তাৰিখে ।


Assam ANM Admission 2026


Assam ANM Admission 2026 Overview 


Course: ANM (Auxiliary Nurse Midwife)
Academic Session: 2026-27
Admission Authority: DHS (Family Welfare), Assam
Conducting University: SSUHS
Total Seats: 369
Apply Mode: Online
Application Start: 15 September 2026
Last Date: 27 September 2026
Admit Card: 1 October 2026
Entrance Exam: 11 October 2026
Exam Time: 10:00 AM – 11:30 AM
Exam Duration: 90 Minutes
Exam Type: OMR Based MCQ

Assam ANM Admission 2026

Assam ANM Admission 2026-ৰ বাবে SSUHS-এ ANM Entrance Examination অনুষ্ঠিত কৰিব । এই entrance examination-ৰ ফলাফলৰ ভিত্তিত merit list প্ৰস্তুত কৰা হ’ব আৰু যোগ্য প্ৰাৰ্থীসকলক চৰকাৰী ANM Training School সমূহত admission দিয়া হ’ব ।

এইবাৰ ANM course-ৰ বাবে মুঠ 369 খন আসন আছে । আবেদন কৰাৰ আগতে প্ৰাৰ্থীসকলে educational qualification, age limit, Assam residency আৰু অন্যান্য eligibility criteria ভালদৰে পৰীক্ষা কৰি লোৱা উচিত ।



Assam ANM Admission 2026 Eligibility Criteria 

ANM Admission 2026-ৰ বাবে প্ৰাৰ্থীসকলে তলৰ যোগ্যতাসমূহ পূৰণ কৰিব লাগিব ।


Educational Qualification

প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত Board-ৰ পৰা HS/10+2 বা সমতুল্য পৰীক্ষা উত্তীৰ্ণ হোৱা হ’ব লাগিব ।

Notification-ত কোনো নিৰ্দিষ্ট stream বা minimum percentage উল্লেখ কৰা হোৱা নাই ।


Gender

Assam-ৰ চৰকাৰী ANM course-ৰ admission-ৰ বাবে কেৱল মহিলা প্ৰাৰ্থী আবেদন কৰিব পাৰিব ।


Age Limit

প্ৰাৰ্থীৰ বয়স 31 December 2026 তাৰিখত কমেও 17 বছৰ হ’ব লাগিব।

  • Minimum Age: 17 Years
  • Maximum Age: 35 Years

Anganwadi Worker, ASHA Worker আৰু Trained Dai-ৰ বাবে maximum age limit 42 বছৰলৈ শিথিল কৰা হৈছে ।


Citizenship & Residency

প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু Assam-ৰ স্থায়ী বাসিন্দা হ’ব লাগিব । Admission-ৰ সময়ত স্থায়ী বাসিন্দা সম্পৰ্কীয় প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ।


Medical Fitness

Admission-ৰ বাবে প্ৰাৰ্থী medical examination-ত fit বুলি প্ৰমাণিত হ’ব লাগিব ।

Assam ANM Entrance Exam Date 2026

Assam ANM Entrance Examination 2026 অনুষ্ঠিত হ’ব:


Date: 11 October 2026
Day: Sunday
Time: 10:00 AM to 11:30 AM
Duration: 90 Minutes


Exam OMR-based objective type MCQ format-ত অনুষ্ঠিত হ’ব ।

Assam ANM Exam Pattern 2026

ANM Entrance Exam-ত মুঠ 50টা MCQ থাকিব আৰু মুঠ নম্বৰ হ’ব 100 


Subject: Questions: Marks:
English: 20 40
Mathematics: 15 30
General Science: 15 30
Total: 50 10


প্ৰতিটো প্ৰশ্নৰ মূল্য 2 নম্বৰ ।

Negative Marking নাই ।

Assam ANM Syllabus 2026

Entrance examination-ৰ প্ৰশ্নসমূহ মূলত Class 10 standard-ৰ হ’ব।


English

English subject-ৰ Class 10 level-ৰ basic grammar, vocabulary, comprehension আৰু অন্যান্য প্ৰয়োজনীয় অংশৰ পৰা প্ৰশ্ন আহিব পাৰে।


Mathematics

Class 10 standard-ৰ Mathematics-ৰ basic mathematical concepts আৰু problem solving-ৰ ওপৰত প্ৰশ্ন থাকিব।


General Science

Class 10 standard-ৰ General Science-ৰ বিভিন্ন basic concept-ৰ পৰা প্ৰশ্ন আহিব।

Exam-ৰ question paper English আৰু Assamese ভাষাত থাকিব। অৱশ্যে OMR sheet English-ত পূৰণ কৰিব লাগিব।

Assam ANM Exam Centres 2026

ANM Entrance Examination 2026-ৰ বাবে তলৰ চহৰসমূহত examination centre থাকিব:

  • Guwahati
  • Dibrugarh
  • Silchar
  • Tezpur
  • Dhubri

Assam ANM Admit Card 2026

ANM Entrance Exam-ৰ admit card 1 October 2026-ৰ পৰা online-ত available হোৱাৰ কথা।

Admit card download কৰিবলৈ প্ৰাৰ্থীৰ Application Form Number আৰু Password প্ৰয়োজন হ’ব।

Exam hall-লৈ যোৱাৰ সময়ত admit card লগত লৈ যোৱাটো বাধ্যতামূলক।

Assam ANM Admission 2026 Selection Process 

প্ৰাৰ্থীসকলৰ merit list entrance examination-ত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰস্তুত কৰা হ’ব।

যদি দুজন বা ততোধিক প্ৰাৰ্থীৰ নম্বৰ সমান হয়, তেন্তে tie-breaking-ৰ বাবে প্ৰথমে English, তাৰ পিছত General Science আৰু তাৰ পিছত Mathematics-ৰ নম্বৰ বিবেচনা কৰা হ’ব।

তাৰ পিছত counselling-ৰ সময়ত প্ৰয়োজনীয় documents আৰু eligibility verification কৰা হ’ব।

Assam ANM Admission 2206 Application Fee

Application form submit কৰাৰ সময়ত prescribed entrance examination fee online payment gateway-ৰ জৰিয়তে জমা কৰিব লাগিব।


PwD/Divyang category-ৰ 40% বা তাতকৈ অধিক disability থকা প্ৰাৰ্থীসকলক examination fee-ৰ পৰা ৰেহাই দিয়া হৈছে।


Official notice-ত fee amount উল্লেখ কৰা হোৱা নাই; আবেদন portal মুকলি হোৱাৰ সময়ত prescribed fee দেখুওৱা হ’ব।

How to Apply For Assam ANM Admission 2026

যোগ্য প্ৰাৰ্থীসকলে তলত দিয়া ধৰণে online application submit কৰিব পাৰিব:

  1. প্ৰথমে SSUHS-ৰ official website খোলক।
  2. ANM Entrance Examination 2026-ৰ online application link বিচাৰক।
  3. Registration সম্পূৰ্ণ কৰক।
  4. Application form-ত নিজৰ নাম, ঠিকনা, educational qualification আৰু অন্যান্য তথ্য সঠিকভাৱে পূৰণ কৰক।
  5. প্ৰয়োজনীয় documents upload কৰক।
  6. Online application fee payment কৰক।
  7. Submit কৰাৰ আগতে সকলো তথ্য ভালদৰে verify কৰক।
  8. Application form submit কৰক।
  9. Submitted application form-ৰ printout বা soft copy সংৰক্ষণ কৰি ৰাখক।

প্ৰাৰ্থীসকলে university-লৈ physical documents পঠিয়াব নালাগে। Documents counselling-ৰ সময়ত verify কৰা হ’ব।

Assam ANM Admission 2026 Important Dates


Event: Date:
Notification: 8 September 2026
Online Application Start: 15 September 2026
Last Date to Apply: 27 September 2026
Admit Card: 1 October 2026
Entrance Exam: 11 October 2026

Assam ANM Admission 2026 Important Points

  • মুঠ আসন: 369
  • আবেদন কৰিব পাৰিব: যোগ্য মহিলা প্ৰাৰ্থী
  • Minimum qualification: HS/10+2
  • Minimum age: 17 years
  • Maximum age: 35 years
  • ANM Entrance Exam: 11 October 2026
  • Exam total marks: 100
  • Total questions: 50 MCQs
  • Negative marking: নাই
  • Exam duration: 90 minutes

Important Links of Assam ANM Admission:


Application Form: Click Now
Official Notification: Click Now
Official Website: Click Now

FAQs Assam ANM Admission 2026

Class 10 pass কৰিলে Assam ANM Admission-ৰ বাবে apply কৰিব পাৰিম নেকি ?
↪ নোৱাৰিব। Admission-ৰ বাবে HS/10+2 বা equivalent examination pass কৰা থাকিব লাগিব। যদিও entrance examination-ৰ প্ৰশ্ন Class 10 standard-ৰ হ’ব।

Assam ANM Entrance Exam কেতিয়া হ’ব ?
↪ ANM Entrance Examination 2026 11 October 2026, দেওবাৰে পুৱা 10 বজাৰ পৰা 11:30 বজালৈ অনুষ্ঠিত হ’ব।

ANM Admission 2026-ত পুৰুষ প্ৰাৰ্থীয়ে apply কৰিব পাৰিব নেকি ?
↪ নোৱাৰিব। এই চৰকাৰী ANM course-ৰ admission-ৰ বাবে মহিলা প্ৰাৰ্থীসকলহে eligible।

 


Tags

Post a Comment

0 Comments

Ads

close