৩০ আৰু ৩১ জুলাইত অসমৰ আন জিলাৰ সমুহত যাতায়তৰ ব্যৱস্থা :-
x 
কভিড-১৯ ফলত ২২জুলাই পৰা আন্তঃজিলা লৈ সকলো যাতায়তৰ ব্যৱস্থা বন্ধ কৰি ৰখা হৈছিল । যাৰ ফলত বহুতো লোকে অসুবিধাৰ সন্মুখীন হৈছিল । 
    সেইবাবে জুলাই মাহৰ ৩০ আৰু ৩১ তাৰিখে আন্ত:জিলাৰ যাতায়তৰ বাবে অনুমতি প্ৰদান কৰিছে । এই দুই দিনৰ বাবে আন্ত:জিলাৰ সমুহত যাতায়ত কৰিবলৈ অনুমতি প্ৰদান কৰিব ।

 
 
 

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )