এই তাৰিখৰ আগতে আবেদন কৰক PM ফচল বীমা আঁচনিৰ সুবিধা লব কাৰনে

Pradhan Mantri Fasal Bima Yojana :-

আপুনি কষ্টৰে যেতিয়া খেতি কৰে আৰু সেই খেতি যেতিয়া বানে লৈ যায় তেতিয়া কাৰ দুখ নালাগিব, এই দুখৰ পৰা পৰিত্ৰান পাবলৈ আপোনালোকে এটা উপায় ল’ব পাৰে ৷ যদিহে আপুনি এতিয়ালৈকে 

PMFBY

Pradhan Mantri Fasal Bima Yojana 

Pradhan Mantri Fasal Bima Yojana :-

ৰেজিষ্ট্ৰেচ’ন কৰা নাই তেন্তে সোনকালেই এই সুবিধা লঁওক, কাৰণ ইয়াৰ অন্তিম তাৰিখ ৩১ জুলাই কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মাৰে শেহতীয়াকৈ Twitter যোগেদি সকলো খেতিয়কক অনুৰোধ জনাইছে যে, এজন সুখী খেতিয়কেই সম্ৰিদ্ধ ভাৰতৰ পৰিচয়, নিজৰ ভালৰ বাবে, নিজৰ খেতিৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা নিশ্বয়কৈ কৰাওক ৷ 
PMFBY

Pradhan Mantri Fasal Bima Yojana 

Pradhan Mantri Fasal Bima Yojana :-

বৰ্তমানে যিদৰে বানে বিধস্ত কৰিব ধৰিছে সেই ক্ষতিৰ পৰা পৰিত্ৰান পাবলৈ সকলো খেতিয়কে খেতিৰ বীমা কৰাটো উচিত ৷ বীমা কৰিবলৈ খেতিয়কে দেৰৰ ৰ পৰা ২ শতাংশ প্ৰিমিয়াম দি নিজৰ খেতি খিনিৰ বীমা কৰিব পাৰিব আৰু এইখিনিতে জনাই থও যে যোৱা ৩ বছৰত এই আঁচনিৰ জৰিয়তে ১৩০০০ কোটি টকাৰ প্ৰিমিয়াম জমা হৈছে কিন্তু প্ৰাকৃতিক দুৰ্যোগ অহাৰ ফলত খেতিয়ক সকলে প্ৰিমিয়ামৰ ৪ গুন ধন প্ৰায় ৬৪০০০ কোটি টকা ক্ষতিপূৰণ হিচাবে পাইছে ৷
Pradhan Mantri Fasal Bima Yojana

Pradhan Mantri Fasal Bima Yojana 

Pradhan Mantri Fasal Bima Yojana :-

কেনেকৈ কৰিব পাৰিব এই বীমা ? কাষতে থকা বেংক, ক’ম”ন চাৰভিছ চেন্টাৰ, VLY আৰু কৃষি বিভাগৰ কাৰ্য্যালয়লৈ গৈ এই বিষয়ত সৱিশেষ জানিব পাৰিব আৰু ইচ্চা কৰিলে বীমাও কৰিব পাৰিব ।

Post a Comment

0 Comments
close