Google has announced a Rs 75,000 crore fund (10 billion) to help accelerate the digital economy in India.
নতুন দিল্লীঃ গুগলে (Google) ভাৰতৰ ডিজিটেল অৰ্থব্যৱস্থাক গতি প্ৰদানত সহায় কৰিবলৈ ৭৫হাজাৰ কোটি টকাৰ (১০আৰৱ ডলাৰ) ফাণ্ড ঘোষণা কৰিছে। গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে দেশত আয়োজিত হৈ থকা ষষ্ঠ গুগল ফ’ৰ ইণ্ডিয়াৰ কাৰ্যসূচীত ভাৰতত ৭৫হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে, ডিজিটেল অৰ্থব্যৱস্থাক গতি প্ৰদান কৰিবলৈ গুগলে আগন্তুক ৫ৰ পৰা ৭বছৰত ৭৫হাজাৰ কোটি টকা বিনিয়োগ কৰিব। ইক’চিষ্টেম ইনভেষ্টমেণ্টছত এই বিনিয়োগ ইকুইটি ইনভেষ্টমেণ্ট, পাৰ্টনাৰশ্বিপ আৰু অপাৰেচশ্যল ইনফ্ৰাষ্ট্ৰাকচাৰৰ সংমিশ্ৰন হ’ব।
যোৱা কিছু বছৰৰ পৰা ম’বাইল মেনুফেকচাৰিঙৰ সৈতে আমি অংশীদাৰিত্ব কৰিছো আৰু সস্তা দামত ম’বাইল ফোন দিয়াবলৈ কাম কৰি আছো। Google My Business ২৬মিলিয়ন ডিজিটাইজড হৈছে। ৩মিলিয়নে গুগল পে’ ব্যৱহাৰ কৰে।
জিএছটি আৰু ভাৰতৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰত গুগলৰ গুৰুত্বপূৰ্ণ ভূমিকা
জিএছটি আৰু ভাৰতৰ ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচৰত Google–এ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। হেল্থ আৰু এগ্ৰীকালছাৰৰ কাৰণে আৰ্টিফিচিয়েল ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। বানৰ দৰে বিপদৰ সময়ত গুগলে সেৱা আগবঢ়াইছে। লগতে ভাৰতীয় ভাষা ডিজিটাইজড কৰাৰ ক্ষেত্ৰতো গুগলে কাম কৰিছে। ইণ্ডিয়াৰ এপ ইক’নমী যথেষ্ট বাঢ়িছে। আমি কেৱল এপ ডাউনলোড কৰাতে নহয় আপলোড কৰাৰ ক্ষেত্ৰতো আগ বাঢ়িম। গুগলে ভাৰতৰ ডিজিটেল ভিলেজক লৈ তীব্ৰ গতিৰে কাম কৰিছে।

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )